সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা-এয়া কেৱল প্ৰথম ঢৌৰ মধ্যাংশহেঃ WHO

সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫লাখৰ অধিক হৈছে। প্ৰায় ৫৬ লাখ ১৭হাজাৰ লোক ক'ৰোনাত আজিলৈকে সংক্ৰমিত হৈছে আৰু ইতিমধ্যেই প্ৰায় ৩ লাখ লোকৰ মৃত্যু হৈছে। কিন্তু তাৰ মাজতেই বহু দেশে অৰ্থব্যৱস্থাৰ চকৰী ঘুৰাবলৈ শিথিল কৰি দিছে লক্ ডাউন। বিশ্ব…

তেলেংগনা হাইকোৰ্টৰ তীব্ৰ ভত্সৰ্নাৰ সন্মুখীন তেলেংগনা চৰকাৰ

কমসংখ্যক কোভিড-১৯ টেষ্ট কৰাৰ বাবে আদালতৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে তেলেংগনা চৰকাৰ। মংগলাবাৰে এটা জনস্বাস্থ্য সম্পৰ্কীয় শুনানিত হাইকৰ্টে কয় যে ৰাজ্য চৰকাৰে কমসংখ্যক টেষ্ট কৰি ক'ৰোনাক উপেক্ষা কৰিছে আৰু কমসংখ্যক কোভিড-১৯ৰ টেষ্টৰ বাবে অৰ্থনৈতিক…

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি…

ভাৰতে নিজৰ অৰ্থনীতি নিজেই ধ্বংস কৰিব নেকি?

'ভাৰতে নিজৰ অৰ্থব্যৱস্থা নিজেই শেষ কৰিব, যদিহে এইদৰে লক্ডাউনৰ মাত্ৰা অধিক বৃদ্ধি কৰি যায় ৷'- এইদৰে নিজৰ মত প্ৰকাশ কৰিছে ছুইডেনৰ এগৰাকী অধ্যাপকে । ছুইডেনৰ কাৰোলিন্স্কা ইনষ্টিটিউটৰ প্ৰফেছৰ জ'হান গিছেকিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে মত…

২০২১ ৰ প্ৰথমভাগতে আহিব ক’ৰোনাৰ প্ৰতিষেধক : জনালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে

ক’ৰোনা ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষাত এতিয়ালৈকে যথেষ্ঠ আশাৰ খবৰ পোৱা গৈছে ৷ইয়াৰ ভিতৰত যিকোনো এটা প্ৰতিষেধক অহা বছৰৰ প্ৰথমভাগত নিশ্চিতভাবে ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ – এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদয়ালয়ৰ অধ্যাপক আশীষ ঝাৰ ৷ আজি কংগ্ৰেছ…

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক…

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি…

হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ পক্ষত বাৰে বাৰে কিয় ড’নাল্ড ট্ৰাম্প!

ক’ৰোনাৰ প্ৰতিষেধক হিচাপে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ সপক্ষে যুক্ত দি আহিছে ড’নাল্ড ট্ৰাম্পে। কেতিয়াবা যদি সেই ঔষধক ভগৱানৰ দান, কেতিয়াবা গেম চেঞ্জাৰ হিচাপেও অভিহিত কৰিছে। বিগত সপ্তাহত ট্ৰাম্পে প্ৰকাশ কৰিছিল যে তেওঁ নিয়মিত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ…

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ গৃহ ৰাজ্যত যথেষ্ট পৰিমাণে হোৱা নাই ক’ৰোনা টেষ্টিং

ক'ৰোনাৰ সৈতে যুঁজিবলৈ ৰেপিড টেষ্টিং যে নিতান্তই প্ৰয়োজনীয়, সেই কথা বহুসময়ত ভিন্ন লোকে দাবী উত্থাপন কৰি আহিছে। অসমতো ব্যতিক্ৰম নহয়। শেহতীয়াকৈ পশ্চিমবংগৰ বিজেপিৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধেও এনে অভিযোগ তুলি ধৰি কয় যে…

স্থবিৰ হ’ব নেকি মিড্ ডে মিল, স্মাৰ্ট চিটী আঁচনিৰ লগতে বহু কেন্দ্ৰীয় আঁচনিৰ কাম!

ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত দেশৰ অৰ্থব্যৱস্থাত যথেষ্ট পৰিমাণে নেতিবাচক প্ৰভাৱ পৰিছে। ফলত চৰকাৰী বহু আঁচনিত বাধা আৰোপৰ সম্ভাৱনা আহি পৰিছে। প্ৰকৃতপক্ষে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুদান দিয়া আঁচনিসমূহৰ খৰচ বহন ৬:৪ অনুপাতত নিৰ্ধাৰণ কৰা হৈছ ।…