সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?

ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই। কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক…

টকিঅ’ অলিম্পিক : মহিলা হকীত নতুন ইতিহাস

মহিলা হকীত সৃষ্টি হ'ল নতুন ইতিহাস৷ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে ৷ আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ'লটো প্ৰদান কৰে গুৰজিৎ…

মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে…

আপুনি কিয় সাংবাদিক হব নালাগে?

আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়? ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা…

Shame on your…মন্ত্ৰী বিমল বৰাৰ ওপৰত অভিনেতা কমল লোচনৰ ইমান খঙ কিয় ?

চেম অন ইয়ৰ ডিপাৰ্টমেন্ট – ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাক উদ্দেশ্যি সামাজিক মাধ্যমত এইদৰে লিখিছে যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতা কমল লোচনে ৷ যুৱ অভিনেতাগৰাকীৰ প্ৰচণ্ড খঙ উঠিছে ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ বিৰুদ্ধে ৷ আচলতে  অসমৰ ভিন্ন…

আত্মবিশ্বাসী লাভলীনা : ৰূপ নহয়, স্বৰ্ণ জয় কৰিব বিচাৰো

অলিম্পিকত পদক নিশ্চিত ৷ কিন্তু ক্ষান্ত হোৱা নাই লাভলীনা ৷ আজি কোৱাৰ্টাৰ ফাইনেলত টাইপেইৰ প্ৰতিদ্বন্দী চেন নিয়েনক ৪-১ ৰ ব্যৱধানত ধৰাশায়ী কৰাৰ পাছতে ব্ৰঞ্জৰ পদক নিশ্চিত হ’ল অসম কন্যাৰ ৷ কিন্তু ইয়াতেই থমকি ৰ’ব বিচৰা নাই লাভলীনা ৷ ছেমিফাইনেলত…

লাভলীনা : স্বৰ্ণজয়লৈ আৰু কিমান দূৰ ?

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ অসম কন্যা লাভলীনাক লৈ এতিয়া সপোন দেখিছে দেশবাসীয়ে। মেৰীকমৰ পিছতে দেশৰ অন্যতম মহিলা বক্সাৰ হিচাপে এটা সুকীয়া পৰিচয় আছে লাভ'লীনাৰ। অৱশ্যে দুৰ্ভাগ্যজনক ভাৱে অলিম্পিক ২০২০ৰ পৰা মেৰীকমে বিদায় লোৱাৰ পিছতে দেশবাসীৰ…

থোৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ'ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কোভিডৰ বাবে এই বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা ৷ থোৰতে মেট্ৰিকৰ ফলাফল এনেধৰণৰ -…

লাভলীনা : অসুখীয়া মাতৃৰ মুখত ফুলিছে সৰগৰ হাঁহি

টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ বাবে সেই কষ্টৰ বোজা অলপ হ’লেও পাতল কৰি দিছিল লাভলীনাৰ সফলতাৰ বাতৰিয়ে ৷ আজি যেন পৃথিৱীৰ সকলো সুখ ঢোলে দগৰে নামি আহিছে বৰপথাৰৰ ঘৰখনলৈ ৷ অসুখীয়া মাকৰ মুখত ফুলি উঠছে  সৰগৰ হাঁহি ৷ এই প্ৰাপ্তিৰ তুলনা কেৱল…