সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫৫০০ টকা লৈ মুম্বাইলৈ অহা চনু সুদ ১৩০ কোটি টকাৰ সম্পত্তিৰ মালিক হল কেনেকৈ?

বুধবাৰে দুখীয়াৰ ভগৱান খ্যাত অভিনেতা চনু সুদৰ মুম্বাইস্থিত কাৰ্যালয়ত অতৰ্কিতে অভিযান চলালে আয়কৰ বিভাগৰ এটা বিশেষ দলে। আয়কৰ বিভাগৰ এই অভিযানৰ পিছতে উত্থাপন হৈছে এটা বিশেষ প্ৰশ্ন-এসময়ত ৫৫০০ টকা লৈ মুম্বাইলৈ অহা চনু সুদ ১৩০ কোটি টকাৰ সম্পত্তিৰ…

Just in-কাইলৈ চৰকাৰী বন্ধ ঘোষণা

ৰাজ্যিক কেবিনেটতৰ বিশেষ সিদ্ধান্ত।অহা কাইলৈ ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধ। কৰম পূজাৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে বুলি মত প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।…

বিধানসভা উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰঃ অখিল গগৈ

ৰাজ্যত সমাগত বিধানসভাৰ উপ-নিৰ্বাচন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত দুজনকৈ কংগ্ৰেছী বিধায়ক আৰু এগৰাকী AIUDF দলৰ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তদুপৰি দুগৰাকীকৈ বিধায়কৰ আকস্মিক মৃত্যু আৰু সৰ্বানন্দ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান !

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ'ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।…

আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে…

২০২১ চনৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় সকল কোন জানেনে ?

বিগত বুধবাৰে টাইম মেগাজিনে নিজাববীয়াকৈ সমীক্ষা চলাই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী ব্যক্তিৰ এখন বিশেষ তালিকা প্ৰকাশ কৰিছে। টাইম মেগাজিনে প্ৰকাশ কৰা এই বিশেষ তালিকাখনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ…

নতুন এছ অ’ পি- কিদৰে পাতিব পাৰিব পূজা ?

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে আন এখন নতুন এছ অ' পি৷ বিশেষকৈ দূৰ্গাপূজাক সামৰি প্ৰকাশ কৰা এছ অ' পিৰ নিদের্শনা সমূহ- 1.দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা-উৎসৱ।…

১৭ ছেপ্টেম্বৰত GST পৰিষদৰ বৈঠক! পেট্ৰল, ডিজেলৰ ক্ষেত্ৰত কি সিদ্ধান্ত ?

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ১৭ ছেপ্টেম্বৰত দেশত অনুষ্ঠিত হব GST পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বিশেষ বৈঠকখনতেই পেট্ৰল, ডিজেলৰ এক দেশ, এক মূল্যৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আৰু যদি সদস্য সকলে এটা সিদ্ধান্তত সন্মতি প্ৰদান কৰে…

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দল। এই অভিযোগৰ তদন্ত কৰিব CM ভিজিলেন্সৰ…

বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা গান্ধী পৰিয়ালৰ প্ৰথম গৰাকী সদস্য হব প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশত সমাগত বিধানসভা নিৰ্বাচন । ২০২২ বৰ্ষত অনুষ্ঠিত হব দেশৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয়কাৰী ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। ইয়াৰ মাজতে চৰ্চা চলিছে যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু উত্তৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ…