Just in-কাইলৈ চৰকাৰী বন্ধ ঘোষণা

Share This Article

ৰাজ্যিক কেবিনেটতৰ বিশেষ সিদ্ধান্ত।অহা কাইলৈ ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধ। কৰম পূজাৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে বুলি মত প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ কয় যে কেৱল এই বছৰৰ বাবেহে এই বন্ধ দিয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.