সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ দাবীক সমৰ্থন জনালে আমেৰিকাই

দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ…

অক্টোবৰত ২১ দিন ধৰি বন্ধ থাকিব পাৰে বেংকঃ কিন্তু কিয়?

অক্টোবৰ মাহত বেংকত কোনো জৰুৰী কাম কৰিম বুলি ভাৱি আছে নেকি? যদিহে ভাৱিছে তেন্তে অক্টোবৰ মাহলৈ নৰ'ব। দৰাচলতে অক্টোবৰ মাহত কেইবাটাও উৎসৱৰ বাবে বেংক কেইবাদিনো বন্ধ থাকিব। অহা অক্টোবৰ মাহত ২১ দিন ধৰি বেংক বন্ধ থকাৰ সম্ভাৱনা আছে। অৱশ্যে বেংকৰ…

সাৱধানঃ আহি আছে কৰ’ণাৰ মাৰাত্মক ভেৰিয়েণ্ট “R.1”

⚫ আহি আছে কৰ'ণাৰ আটাইতকৈ ভয়ানাক নতুন প্ৰকাৰ "R.1" ⚫ আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰিছে এই আতংক সৃষ্টি কৰি ভেৰিয়েণ্টতো। ⚫ "R.1"ভেৰিয়েণ্টে পুনৰ সমগ্ৰ বিশ্বতে সৃষ্টি কৰিব আতংকময় পৰিবেশৰ। ⚫ সাধাৰণ ৰূপতকৈ এই ভেৰিয়েণ্টে অধিক ভয়ংকৰ ভাবে…

আফগানিস্তানৰ হেৰাট চহৰৰ চাৰিআলিত চাৰিটা মৃতদেহ ওলোমাই ৰাখিছে তালিবানেঃ কিন্তু কিয়?

পশ্চিম আফগানিস্তানৰ হেৰাট চহৰৰ পৰা অহা খবৰ অনুসৰি চাৰিজন লোকৰ মৃতদেহ পৃথক পৃথক চাৰিআলিত ওলোমাই থৈছে তালিবানে। বিবিচিৰ পাৰ্চী সেৱাৰ এক প্ৰতিবেদন অনুসৰি তালিবানে অপহৰণৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোক কেইজনক প্ৰথমে…

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মুখ বন্ধ কৰিবলৈ কি কৈছিল ভাৰতৰ স্নেহা ডুবেই?

ৰাষ্ট্ৰসংঘত প্ৰায়েই চৰ্চাত থাকে ভাৰত-পাকিস্তানৰ কাশ্মীৰ প্ৰসংগ। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্নেহা ডুবেই পাকিস্তানক দিয়া প্ৰত্যুত্তৰে চৰ্চা লাভ কৰিছে সকলোতে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধি চাইমা চালিমে দাবী কৰিছিল যে জম্মু-কাশ্মীৰ এটা…

তিনিখনকৈ কৃষি আইনৰ বাতিলৰ দাবীৰে কাইলৈ ভাৰত বন্ধৰ আহ্বান কৃষক সমাজৰ

কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ কৃষক সমাজে। চৰকাৰৰ লগত বাৰম্বাৰ আলোচনাৰ পিছতো কোনো ইতিবাচক সঁহাৰি নাপাই ক্ষোভিত হৈ পৰিছে কৃষক সকল। সেয়েহে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

বন্ধ হ’ব ৰাজ্যৰ দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ

⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী। ⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো। ⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত…

২০১৫ বৰ্ষত শীৰ্ষ স্থানপ্ৰাপ্ত টিনাৰ ভগ্নী ৰিয়াৰ ১৫নং স্থান দখল ইউ পি এছ চিত

⚫ ঘোষিত হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। ⚫এটা বিশেষ নামক লৈ এতিয়া চৰ্চা দেশজুৰি। ⚫ চৰ্চা লাভ কৰা ৰিয়া ডাবী হ'ল ২০১৫ বৰ্ষত শীৰ্ষ স্থান প্ৰাপক টিনা ডাবীৰ নিজা ভগ্নী। ⚫ আইএএছ বিষয়া টিনা ডাবী বৰ্তমান ৰাজস্থান চৰকাৰৰ বিত্ত…

পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

পুনৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাই হৈছে গুৱাহাটী মহানগৰী। ছবছৰীয়া কণমানি শিশুক হত্যা কৰি পিতৃ ভৱেশ শৰ্মাৰ আত্মহত্যা। পত্নী হিমাদ্ৰী শৰ্মাৰো ডিঙি কাটি হত্যাৰ চেষ্টা ভৱেশ শৰ্মাৰ। সাতগাঁৱৰ এখন হোমিঅ' ফাৰ্মাচীৰ স্বতাধিকাৰী আছিল ভৱেশ…

বিমল বৰাৰ কেৱল ‘টিভি’ত চমক : অখিল গগৈ

⚫ শক্তিমন্ত্ৰী বিমল বৰাক লৈ সৰৱ বিধায়ক অখিল গগৈ। ⚫ বিমল বৰাই কেৱল টিভি'ত চমক দি থাকোতেই গৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। ⚫ এতিয়াও থাউৰা সমষ্টিত কাঠ, বাঁহৰ খুটাৰেই বিজুলী বিভাগ চলি আছে বুলি অভিযোগ অখিল গগৈৰ। ⚫ লগতে তেওঁ কয়…