পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

Share This Article

পুনৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাই হৈছে গুৱাহাটী মহানগৰী। ছবছৰীয়া কণমানি শিশুক হত্যা কৰি পিতৃ ভৱেশ শৰ্মাৰ আত্মহত্যা। পত্নী হিমাদ্ৰী শৰ্মাৰো ডিঙি কাটি হত্যাৰ চেষ্টা ভৱেশ শৰ্মাৰ। সাতগাঁৱৰ এখন হোমিঅ’ ফাৰ্মাচীৰ স্বতাধিকাৰী আছিল ভৱেশ শৰ্মা। ইতিমধ্যে সাতগাঁৱ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাস্থলিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন চুৰি। প্ৰাথমিক তদন্তত আৰ্থিক দৈন্যতাৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ আৰক্ষীৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.