সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সুখবৰঃ অসম জীয়ৰী ড° অনন্যা গোস্বামীলৈ AIIMSৰ বিশেষ সন্মান

অসম সন্তান ড° অনন্যা গোস্বামীলৈ বিশেষ বঁটা আগবঢ়াইছে AIIMSয়ে। AIIMSৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হৈছে এই বটাঁ। ডাঃ বোধ ৰাজ চাৱৰবাল স্বৰ্ণ পদকেৰে সন্মানিত কৰা হল গোস্বামীক। চকু চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ…

দৰঙত হিমন্ত বা ভূপেন বৰাৰ মানুহ মৰা নাই-আমাৰ মানুহ মৰিছেঃ AIUDF

দৰঙৰ উচ্ছেদ আৰু হিংসাক লৈ মুখ্যমন্ত্ৰীক দলে বলে সাক্ষাৎ কৰিলে AIUDFৰ নেতৃবৰ্গই। AIUDF নেতাৰ মুখ্যমন্ত্ৰীক মুছলমানৰ তেজক লৈ ৰাজনীতি নকৰিবলৈ সকীয়ণি দি সংবাদ মাধ্যমৰ আগত কয় যে - AIUDFয়ে মুছলমানক লৈ ৰাজনীতি নকৰে। এই ভুক্তভোগী মানুহখিনিৰ লগত…

গৰুখুঁটিৰ কাণ্ডৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

⚫ গৰুখুঁটি কাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ⚫ ধৃত ব্যক্তি দুজন আছমত আলি আৰু ছান মামুদ। ⚫ CID য়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন ব্যক্তিকে। ⚫ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুজনক। ⚫ নিশাৰ ভাগতেই…

ভাৰত বন্ধঃ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযঁট – ব্যাহত ৰেল সেৱা

তিনিখন কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনক চৰকাৰে যিমানেই অগ্ৰাহ্য কৰিবলৈ বিচাৰিছে আন্দোলন সিমানেই তীব্ৰতৰ হৈছে। নিজৰ স্থিতি লৰ-চৰ কৰিবলৈ সাজু নহয় দেশৰ কৃষক সমাজ। সেই উদ্দেশ্যেই আজি দেশৰ সৰ্বত্ৰ কৃষক সকলে আহ্বান জনাইছিল ভাৰত বন্ধৰ। ৪০…

Just In – লাডাখৰ ভাৰত-চীন সীমান্তত চীনে ভাৰতলৈ লক্ষ্য কৰি সাজু কৰিছে যুদ্ধ বিমানঃ কিন্তু কিয়?

ভাৰত আৰু চীনৰ সংঘাত কোনো নতুন কথা নহয়। কিন্তু লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। চীন-ভাৰত সীমান্তত বাঢ়িছে উত্তেজনা। চীনে পূব সীমান্তত মোতায়েন কৰিছে প্ৰায় ৫০ হাজাৰ সেনা। গোগৰা হাইটচ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা ড্ৰোনেৰে…

আজিৰে পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচন(NDHM)

🔴 আজি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচনৰ 🔴 ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি মিচনৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে 🔴 আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে আৰম্ভ কৰা হব…

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান মটৰ শ্ৰমিক সন্হাৰঃ নচলিব নেকি গাড়ী-মটৰ?

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে মটৰ শ্ৰমিক সন্হাই। চৰকাৰে গাড়ীৰ নথি-পত্ৰ নৱীকৰণৰ বাবে বান্ধি দিয়া সময়ৰ বিৰোধিতা কৰি অন্তত ৬ মাহৰ সময় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে মটৰ শ্ৰমিক সন্হাই। সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙ্গলবাৰে পুৱা ৫…

গুৱাহাটীৰ পাণ্ডুঘাটত মৰ্মান্তিক ঘটনাঃ গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গল ৪ ছাত্ৰ

🔴 গুৱাহাটীৰ পাণ্ডুঘাটত আজি সংঘটিত হ'ল এটা দুৰ্ভাগ্যজনক ঘটনা 🔴 গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গল ৪ ছাত্ৰ 🔴 SDRF-এ ইতিমধ্যেই উদ্ধাৰ কৰিছে ৩ ছাত্ৰৰ মৃতদেহ 🔴 জিত দাস, দ্বীপ চৰকাৰ, দয়াল শেখৰ আৰু অবিনাশ নামৰ ৪ ছাত্ৰই টিউচন কৰি…

সুখবৰঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ লাভ কৰিছে অসম সন্তান ড° বিনয় কুমাৰ শইকীয়াই

আজি ঘোষণা কৰা হল শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ২০২১ চনৰ বিজয়ীসকলৰ নাম। এইবাৰৰ বিজয়ীসকলৰ মাজত আছে অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়া। উল্লেখ্য যে শান্তি স্বৰূপ ভাটনাগৰ বঁটা হৈছে ভাৰতীয় বিজ্ঞান জগতৰ এটি সৰ্বোচ্চ সন্মান। সাহিত্য জগতৰ জ্ঞানপীঠ বঁটাৰ…

আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ গুলাবঃ উৰিষ্যাত জাৰি কৰা হৈছে হাই-এলাৰ্ট

সাৱধান! আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ গুলাব। বংগোপ সাগৰতসৃষ্ট নিম্ন চাপৰ পৰিপ্রেক্ষিতত সামুদ্রিক ঘূর্ণী গুলাবৰ সম্ভাৱনাক লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰাৰ পাছতে উৰিষ্যাৰ উপকূলীয় সাতখন জিলাত হাই এলার্ট ঘোষণা কৰা হৈছে৷ সামুদ্রিক…