সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পূজাৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-ৰিক্সাত উঠি প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ

পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।…

মুকলি হ’ল টিম ইণ্ডিয়াৰ নতুন জাৰ্চী

* ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি * BCCI য়ে মুকলি কৰে ভাৰতীয় ক্ৰিকেট দলৰটোৰ নতুন জাৰ্চী * জাৰ্চীৰ ডিজাইন পূৰ্বতকৈ কিছু ব্যতিক্ৰমীকৈ মুকলি কৰা দেখা গৈছে * এই নতুন জাৰ্চীক লৈ এতিয়া ব্যাপক উচ্ছাহ দেশৰ ক্ৰিকেটপ্ৰেমী সকলৰ মাজত

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক'ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ…

বৰপেটাৰ জিলা কাৰাগাৰত আচামীৰ আত্মহনন

* বৰপেটাৰ জিলা কাৰাগাৰত আচামিৰ আত্মহননৰ ঘটনা * কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰিলে হাচিবুল হাচানে * কাৰাগাৰৰ শৌচাগাৰৰ ভেন্তিলেশ্চনত গামোচাৰে চিপ লগাই আত্মহত্যা কৰে * বৰপেটা জিলাৰ জনীয়াৰ দাউকমাৰি গাঁৱৰ বাসিন্দা আছিল হাচিবুল হাচান *…

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তইঃ ভাইৰেল ভিডিঅ

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তই। ছছিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই ভিডিঅ। খবৰ অনুসৰি আফগানিস্তানৰ আশামাই মন্দিৰত কীৰ্তন আৰু জাগৰণ অনুষ্ঠান পালন কৰা হয়। তালিবানী ইতিহাসত প্ৰথমবাৰৰ বাবে নৱৰাত্ৰি উৎসৱৰ…

পূজা চাবলৈ যোৱা ছাত্ৰই কেনেকৈ পালে ড্ৰাগছ?

ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে বৰপথাৰত অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ বাতৰিয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে। উল্লেখ্য যে মৃত ছাত্ৰ জনৰ নাম অবিনাশ ফুকন। বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ…

আজি শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে

বিলাসী ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টীত মত্ত হৈ থকা অৱস্থাত আজি কিছুদিন পূৰ্বে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো চমুকৈ NCBৰ জালত পৰিছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু গৌৰী খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খান। আজি আৰয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব…

সুখবৰঃ ১৮ অক্টোবৰৰ পৰা ১০০% যাত্ৰীৰে চলিব দেশীয় বিমান

প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত দুর্গোৎসৱৰ পিছতেই অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ বিমানত যাত্রীৰ আসনৰ ক্ষমতাক লৈ কোনো নিষেধাজ্ঞা নথকাকৈ ১৮ অক্টোবৰৰ পৰা…

দুখবৰঃ পূজা চাবলৈ গৈ মেঘালয়ৰ গাৰো পাহাৰত মটৰ চাইকেল দুৰ্ঘটনাত প্ৰাণ গল অসমৰ দুই যুৱকৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰা গাঁৱৰ দুই যুৱকে কালি সন্ধিয়া এখন মটৰ চাইকেল লৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰোবাধাত পূজা চাবলৈ গৈ ঘৰলৈ উভতাৰ পথত মটৰ চাইকেল দুৰ্ঘটনাত পতিত…

সাৱধানঃ ক’ভিডত আক্ৰান্ত হৈ দেশত এতিয়াও চিকিৎসাধীন হৈ আছে ২ লাখ ৭ হাজাৰ ৰোগী

দেশত আৰম্ভ হৈছে দুৰ্গা পূজা। দুৰ্গা পূজা আৰম্ভ হোৱাৰ লগে লগে মণ্ডপে মণ্ডপে ভিৰ কৰিছে লক্ষ লক্ষ জনতাই। কিন্তু পূজাৰ আনন্দৰ মাজতো দেশত অব্যাহত আছে ক'ভিডৰ কালৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ১৫৮২৩ গৰাকী। দেশত এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে…