সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পশ্চিম বংগত তৃণমূলৰ জয় নিশ্চিতঃ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক যুৱ সভানেত্রী সায়নী ঘোষ

◆ বেহাৰৰ দিনহাটা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক যুৱ সভানেত্রী সায়নী ঘোষে ◆ ঘোষে পশ্চিম বংগৰ বাগডোগ্ৰাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে দিনহাটাত নিৰ্বাচনত কোনো প্ৰতিদ্বন্দিতা নহয়। আমি দিনহাটাত…

পুনৰ বিপদত শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খান

মুম্বাইৰ ক্ৰুজ জাহাজৰ ড্ৰাগছৰ গোচৰত বিপদে লগ এৰা নাই শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ। আৰয়ানৰ বাবে দুবাৰকৈ জামিন আবেদন কৰা হৈছিল আৰু দুয়োবাৰ আদালতৰ দ্বাৰা খাৰিজ হৈছিল। এতিয়া আৰয়ান খানৰ অধিবক্তাই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। উচ্চ…

সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে জম্মু-কাশ্মীৰত অমিত শ্বাহঃ কিন্তু কিয়?

◆ শেহতীয়াকৈ জম্মু-কাশ্মীৰত অসামৰিক লোকক লক্ষ্য কৰি সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ ◆ এই নৰহত্যা যজ্ঞ চলি থকাৰ মাজতে আজি তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ◆…

বিক্ৰী নোহোৱাৰ বাবেই লখিমপুৰত কৃষকে জ্বলাই দিলে ধানঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাৰ নাম এতিয়া সৰ্বত্ৰ চৰ্চিত। মন্ত্ৰী পুত্ৰই গাড়ীৰে চেপি কৃষক হত্যা কৰাৰ পিছত খেৰীত এতিয়াও মাৰ যোৱা নাই উত্তেজনা । কিন্তু তাৰ মাজতে খেৰীৰ এটা ঘটনাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। লখিমপুৰৰ খেৰী জিলাৰ কৃষক…

নগেন শইকীয়া বনাম পৰেশ বৰুৱাঃ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰাকত অসমীয়া বা ব্ৰহ্মপুত্ৰত বঙালীত দুখন পোষ্টাৰ হ'লে বেয়া পাবলগীয়া একো নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী…

ক্ষমা খুজিব লগীয়া মন্তব্য মই কৰা নাইঃ পৰেশ বৰুৱাক উভতি ধৰিলে নগেন শইকীয়াই

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই বৰাকক শান্তি-সম্প্ৰীতিৰ খাতিৰত অসমৰ পৰা পৃথক কৰিব লাগে বুলি কৰা মন্তব্যৰ পাছতেই শইকীয়াৰ বিৰুদ্ধে সৰৱ হৈছিল নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। কিন্তু এইবাৰ পৰেশ বৰুৱাক উভতি ধৰিছে নগেন…

বৰাকক বিচ্ছিন্ন কৰাৰ দাবীঃ নগেন শইকীয়াক উদ্দেশ্যি কি ক’লে পৰেশ বৰুৱাই?

নগেন শইকীয়াৰ মন্তব্য সন্দৰ্ভত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া। নগেন শইকীয়াই এনেদৰে মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰেশ বৰুৱাই কয় যে-নগেন ককাইদেউৰ মন্তব্য দূৰ্ভাগ্যজনক আৰু হতাশাজনক। মাতৃৰ মূৰৰ বিষত মূৰটো কাটি পেলাব নেকি? তেখেতৰ মন্তব্য…

কাছাৰত আৰক্ষীৰ জালত পৰিল ৫ গৰাকী ম্যানমাৰৰ নাগৰিক

◆ কাছাৰত আটক হ'ল ৫ গৰাকী ম্যানমাৰৰ নাগৰিক ◆ মিজোৰাম হৈ দিল্লী লৈ যাবলৈ চেষ্টা কৰিছিল লোক কেইজনে ◆ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত আটক হয় লোককেইজন ◆ ধৃত ব্যক্তিকেইজনৰ হাতত নাই কোনো বৈধ্য নথি-পত্ৰ ◆ ৰাজ্যত সঘনে অবৈধ বিদেশী নাগৰিক…

মাজুলীত পুনৰ অঘটনঃ লুইতৰ মাজত আৱদ্ধ ফেৰী

◆ মাজুলীত সংঘটিত হৈছে আন এক অঘটন ◆ লুইতৰ মাজত পুনৰ আৱদ্ধ যাত্ৰীবাহী ফেৰী ◆ কমলাবাৰীৰ পৰা নিমাতীঘাটৰ দিশে গৈছিল ফেৰীখন ◆ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছিল ফেৰী এম ভি লোহিত ◆ পুৱা ৮ বজাত যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে

উত্তৰাখণ্ডত ট্ৰেকিং কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ১১ জনকৈ লোকে

◆ উত্তৰাখণ্ডত সংঘটিত হৈছে এটা শোকাৱহ দুৰ্ঘটনা ◆ ট্ৰেকিং কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে ◆ উত্তৰ কাশী জিলাৰ পৰা দলটোৱে ১১ অক্টোবৰত আৰম্ভ কৰিছিল যাত্ৰা ◆ বৰফৰ বুকুত দিশ হেৰুৱাই আৱদ্ধ হৈ পৰিছিল ১১ জনকৈ লোক ◆ প্ৰবল হিমবাহৰ ফলত…