উত্তৰাখণ্ডত ট্ৰেকিং কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ১১ জনকৈ লোকে

Share This Article

◆ উত্তৰাখণ্ডত সংঘটিত হৈছে এটা শোকাৱহ দুৰ্ঘটনা

◆ ট্ৰেকিং কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে

◆ উত্তৰ কাশী জিলাৰ পৰা দলটোৱে ১১ অক্টোবৰত আৰম্ভ কৰিছিল যাত্ৰা

◆ বৰফৰ বুকুত দিশ হেৰুৱাই আৱদ্ধ হৈ পৰিছিল ১১ জনকৈ লোক

◆ প্ৰবল হিমবাহৰ ফলত লামখাগাত মৃত্যুক সাৱটি লয় পৰ্যটক কেইজনে

◆ NDRF আৰু ভাৰতীয় বায়ুসেনাই যুটীয়াভাৱে চলাইছিল উদ্ধাৰ অভিযান

◆ অভিযানত উদ্ধাৰ কৰা হৈছে পৰ্যটকৰ নশ্বৰ দেহ

◆ ঘটনাস্থলীত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.