সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পশ্চিম বংগত তৃণমূলৰ জয় নিশ্চিতঃ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক যুৱ সভানেত্রী সায়নী ঘোষ

◆ বেহাৰৰ দিনহাটা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক যুৱ সভানেত্রী সায়নী ঘোষে

◆ ঘোষে পশ্চিম বংগৰ বাগডোগ্ৰাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে দিনহাটাত নিৰ্বাচনত কোনো প্ৰতিদ্বন্দিতা নহয়। আমি দিনহাটাত উপ-নিৰ্বাচনত জয়ী হ’ম

- Donation -

◆ সায়নী ঘোষৰ এই মন্তব্যৰ পিছতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিশিথ প্ৰমানিক দিল্লীৰ পৰা উভতি আহি বাগডোগ্ৰাত সাংবাদিকৰ মুখামুখি হৈ পশ্চিম বংগ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে

◆ ভবানীপুৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰামাণিকে অভিযোগ কৰে যে-ভবানীপুৰৰ নিৰ্বাচনৰ সময়ত মই দেখিছিলো যে সাধাৰণ মানুহক ভাবুকি দি ভোট দান কৰাৰ পৰা বিৰত ৰখাৰ চেষ্টা কৰা হৈছিল

◆ প্ৰায় ৯০০০০ ভোটাৰে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ভোগ কৰিব নোৱাৰিলে

◆ প্ৰামাণিকৰ এই মন্তব্যৰ পিছতে এতিয়া তোল-পাৰ লাগিছে পশ্চিম বংগ

◆ নিশিথ প্ৰামানিকে দাবী কৰে যে বেহাৰৰ লোকসকল এতিয়াও বিজেপিৰ সৈতে আছে আৰু ভোটৰ ফলাফলে সেয়া প্ৰমাণ কৰিব

Leave A Reply

Your email address will not be published.