সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে জম্মু-কাশ্মীৰত অমিত শ্বাহঃ কিন্তু কিয়?

Share This Article

◆ শেহতীয়াকৈ জম্মু-কাশ্মীৰত অসামৰিক লোকক লক্ষ্য কৰি সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ

◆ এই নৰহত্যা যজ্ঞ চলি থকাৰ মাজতে আজি তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

◆ উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত এইটোৱেই হ’ব কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰথম জম্মু-কাশ্মীৰ ভ্ৰমণ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.