সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে!

অৰূপ কলিতা যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে , তেনেহ’লে সেয়া নিজৰ পৰাও লুকুৱাই ৰাখিব লাগিব ৷ পেগাছাছ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ যোৱা ২৭ অক্টোবৰৰ ৰায়দান আৰম্ভ হৈছে ইংৰাজী ঔপন্যাসিক জৰ্জ অৰৱেলৰ এই বাক্যশাৰীৰে ৷ পেগাছাছ…

নৱেম্বৰতে বন্ধ হ’ব প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত চলি থকা বিনামূলীয়া ৰেচনৰ বিতৰণ চলিত মাহতে অন্ত পৰিব ৷ অহা ৩০ নৱেম্বৰৰ পাছত গৰীৱ কল্যান যোজনাৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ নাই ৷ চলিত মাহতে আঁচনিখনৰ ম্যাদ উকলি যাব ৷- এই কথা ঘোষণা…

শ্বাহৰুখ পুত্ৰৰ গোচৰৰ তদন্তৰ দায়িত্ব কাৰ হাতত ?

শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানৰ ক্ৰুইজ ড্ৰাগছ কাণ্ডৰ তদন্তৰ পৰা অব্যাহতি দিয়া হৈছে সমীৰ ৱানখেড়েক ৷ এন চি বিৰ এইগৰাকী জ’নেল ডিৰেক্টৰে যোৱা ২ অক্টোবৰত আৰ্য়ান খানসহ ৮ জন লোকক ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু উপযুক্ত…

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷…

টি-২০ বিশ্বকাপ : ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশৰ পথ কি ?

ইউনাইটেড আৰৱ এমিৰেটচত চলি থকা টি-২০ বিশ্বকাপৰ মহাৰণত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় বৰণ কৰাৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই। এই মেচখনত জয়লাভ কৰাৰ লগে লগে এইবাৰৰ…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ…

এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষনা

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক(প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷বিগত ১২ ছেপ্তেম্বৰত র্এই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ য’ত প্ৰায় ৭৬ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ…

ভাৰত এৰিব মুকেশ আম্বানীয়ে !

ভাৰত এৰিব পাৰে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৷ এই বিষয়টো লৈ এতিয়া টুইটাৰত তুমুল চৰ্চা চলিছে ৷ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ‘মিড ডে’ত প্ৰকাশিত খবৰ অনুসৰি মুকেশ আম্বানীয়ে ব্ৰিটেইনত বসবাসৰ বাবে প্ৰস্তুতি চলাইছে ৷ মুম্বাইৰ উপৰি তেওলোকে…

ছমাহলৈ সম্প্ৰসাৰণ নহয় অসমৰ মন্ত্ৰীসভা

ছমাহ পৰ্যন্ত সম্প্ৰসাৰণ নহয় ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা ৷ আজি এই কথা স্পষ্ট কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে বৰ্তমান মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা নাই ৷ বৰ্তমান টীম এটাই কাম কৰি আছে ৷ এটা বছৰ হৈ যাওক ,…

WHO ৰ সকীয়ণি – আকৌ প্ৰাণঘাতক ৰূপত আহিছে ক’ৰোনা

মহামাৰী ক’ৰোনাৰ বিদায় সমাগত বুলি ভবাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন কৰিছে আন এক ভয়কৰ তথ্য ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ ধাৰণা – ক’ৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ বৰং নতুনকৈ আঘাত হানিব পাৰে বিশ্বৰ বিভিন্ন স্থানত ৷হুৰ…