সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি মন্ত্ৰী-বিধায়কক কি শিকাইছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত?

শুক্ৰবাৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিজেপি মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষণ৷ইতিমধ্যে অসমৰ পৰাও সকলো মন্ত্ৰী বিধায়ক গৈ উপস্থিত হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত৷কিন্তু বিজেপি মন্ত্ৰী বিধায়কক কিহৰ প্ৰশিক্ষণ দিয়া হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত? খবৰ…

ক’ৰোনা : ৮৫ শতাংশই ল’লে ভেকছিন , তাৰ পাছতো এদিনত আক্ৰান্ত সৰ্বাধিক লোক

কোভিডৰ নতুন ঢৌয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইউৰোপত ৷ ৰাছিয়াত যোৱা এটা মাহত ক’ৰোনাত আক্ৰান্ত হৈ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ জাৰ্মানীৰ অৱস্থাও সংকটজনক ৷ জাৰ্মান চৰকাৰে আৰু এক লাখ লোকৰ মৃত্যুৰ আশংকা ব্যক্ত কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থা,…

অৰুণাচলত চীনা গাও : কেন্দ্ৰক আক্ৰমণ কৰি কি ক’লে ৰাহুল গান্ধীয়ে ?

অৰুণাচল সীমান্তত চীনে গাও পতাক লৈ বিতৰ্ক অব্যাহত আছে ৷ আমেৰিকাৰ চোৰাংছোৱাৰ মতে সীমান্তত ভাৰতীয় ভূ- খণ্ডত চীনে ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ কিন্তু ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে আমেৰিকাৰ চোৰাংছোৱাৰ এই দাবী অস্বীকাৰ কৰি কৈছে যে চীনে নিজা…

অমিত শ্বাহৰ সভাত মানুহ গোটাবলৈ লোকনিৰ্মান বিভাগে দিলে ৪০ লাখ

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সমাগত ৷ যাৰ বাবে ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীৰ আহ- যাহো সঘনে বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷লক্ষ্ণৌত এখন দলীয় সভাত ভাগ লৈ তেও মন্তব্য কৰে…

প্ৰধানমন্ত্ৰী মোদীৰ এখন সভাত ব্যয় কৰা হ’ব ২৩ কৌটি : ক’ত , কেতিয়া ?

মূল্যবৃদ্ধি , আৰ্থিক মন্দা একোৱেই যেন চুব নোৱাৰে আামাৰ ৰাজনেতাসকলক ৷ অসমৰ উপ নিৰ্বাচনত বিজয়ী হোৱা ৫ বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰীতি ভোজনত ব্যয় হ’ল ১২ লাখ টকা ৷ এই বাতৰি প্ৰকাশ হোৱাৰ দুদিন পাছতে মধ্যপ্ৰদেশৰ পৰা আহিছে তাতোকৈও ডাঙৰ খবৰ ৷…

আলফা(স্বা)ত যোগ দিবলৈ যোৱা নয়নমনি , সবিতা , শৰ্মিষ্ঠাৰ ঘৰ ক’ত ?

আলফা(স্বাধীন)য়ে ঘোষণা কৰা একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ উকলিবলৈ মাজত মাত্ৰ দুদিন সময় আছে ৷ কিন্তু তাৰ পূৰ্বে নিষিদ্ধ ঘোষিত সংগঠনটোৱে পুণৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে ৷ আলফা(স্বা)ত যোগ দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী যুৱতী ম্যানমাৰলৈ…

ভাৰতীয় যুৱতীক বিয়া কৰোৱা বাবেও হাছান আলীক আক্ৰমণ , ছামিয়াক মৃত্যুৰ ভাবুকি

পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হ’ল কিন্তু পাকিস্তানীৰ খঙ এতিয়াও কমা নাই ৷ বিশেষকৈ ১৯ তম অভাৰত মেথিউ ৱেডৰ কেচ মিছ কৰা হাছান আলীৰ বিৰুদ্ধে গৰজিয়েই আছে পাকিস্তানী ক্ৰিকেট সমৰ্থকসকল ৷ প্ৰথমতে তেওক ছিয়া মুছলমান হিচাপে দুৰ্ঘোৰ গালি গালাজ কৰা হ’ল ৷…

টেষ্টত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক অজিংক ৰাহানে

নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট চিৰিজৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে ৷ প্ৰথমখন টেষ্টত ভাৰতৰ অধিনায়ক হ’ব অজিংক ৰাহানে ৷ অৱশ্যে দ্বিতীয় টেষ্টত ফিল্ডত নামিব বিৰাট কোহলি আৰু তেৱেই দ্বিতীয় টেষ্টত দলটোক নেতৃত্ব দিব ৷ ২৫…

বিশ্বত ২০০ কৌটি চিৰিঞ্জৰ নাটনি :WHO ৰ আশংকা

ক’ৰোনা ভেকচিনৰ বাবে সমগ্ৰ বিশ্ব চিৰিঞ্জৰ নাটনিৰ সন্মুখীন হ’ব পাৰে ৷ এই আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ হুৰ এক প্ৰতিবেদনত কোৱা হয় যে অহা বছৰটোত ভেকছিন প্ৰদানৰ বাবে চিৰিঞ্জৰ নাটনি হ’ব পাৰে৷ ইয়াৰ ফলত ভেকছিন প্ৰদানৰ গতিও লেহেমীয়া…