কেনেকৈ কোটিপতি হৈছিল ৰতন টাটা?
ৰতন টাটালৈ অসম বৈভব সন্মান প্ৰদান কৰিছে অসম চৰকাৰে৷কেঞ্চাৰ চিকিৎসা সেৱাত অসমলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰতন টাটাক প্ৰদান কৰা হৈছে অসম বৈভব সন্মান৷দেশৰ এইজন উদ্যোগপতি বর্তমান টাটা চনচ আৰু টাটা গ্ৰুপৰ অধ্যক্ষ৷ প্ৰায় ১০০ টা কোম্পানীৰ সাম্ৰাজ্য তথা…