সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিয় নালাগে এই ক’লা আইন?

নাগালেণ্ডৰ ঘটনাৰ পিছতেই পুনৰ উত্থাপন হৈছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰসংগ৷প্ৰতি মুহুত্বতে মানৱ অধিকাৰ ভুলুণ্ঠিত কৰি অহা এই আইন বাতিলৰ দাবী উত্থাপন হৈছে সর্বত্ৰ৷কিন্তু এই আইন বাতিলৰ দাবী এইবাৰেই উত্থাপন হোৱা নাই৷দেশৰ উচ্চতম ন্যায়ালয়ৰ…

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সর্বাধিক সাধাৰণ জনতাই প্ৰাণ হেৰুৱাই কিয় অসম-মণিপুৰত?

কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে লোকসভাত শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১৬ চনৰপৰা ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত মণিপুৰত সশস্ত্র সংঘৰ্ষত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মণিপুৰত।দ্বিতীয় স্থানত আছে অসম।যোৱা ছবছৰতে মণিপুৰত প্রাণ হেৰুৱাইছে…

ভুলতে’ ১৫ জন মানুহক গুলীয়াই হত্যা কৰাৰ ক্ষমতা কোনে দিলে সেনাক ?

এখন দেশ ৷ স্বাধীনতাৰ পাছত ৭ টা দশক অতিক্ৰম কৰা এখন দেশ ৷ বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ পৰিচয় দিয়া এখন দেশ ৷ সেই দেশখনত ভুলতে গুলীয়াই দিয়া হয় ১৫ জনকৈ নিৰীহ নাগৰিকক ৷ তাৰ পাছত কোৱা হয় যে এয়া ভুলতে হৈ গ’ল ৷ এই দেশত পুলিচ – আৰ্মিৰ হাতত মৃত্যু…

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে পুটিনেঃ কিন্তু কিয়?

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। ভাৰত মহান শক্তি-বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু সময়-পৰীক্ষিত বন্ধু বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰত-ৰাছিয়া সম্পৰ্কৰ…

সেনাৰ মতে গাড়ী নৰখোৱা বাবেই নাগালেণ্ডত হত্যা কৰা হল নেকি নিৰীহ জনতাক?

নাগালেণ্ডৰ নৰমেধ যজ্ঞই জোকাৰিছে সমগ্ৰ দেশ । নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাত সেনাৰ গুলীত ১৪ গৰাকীকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ পিছত বিৰোধীৰ প্ৰতিবাদে উত্তাল কৰিছে সংসদৰ শীতকালীন অধিৱেশন। ভাৰতীয় সেনাৰ ভুলৰ বাবেই মৃত্যুবৰণ কৰা ১৪…

সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ তুলি অৰ্ধ সামৰিক বাহিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নাগালেণ্ড আৰক্ষীয়ে

৪ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ মন জিলাৰ তিৰু-অটিং অঞ্চলত সেনাই ভুলবশত গুলীয়াই হত্যা কৰিছিল ১৩ জনকৈ সাধাৰণ নাগৰিকক। এই মৃত্যুৰ বাবে ভাৰতীয় সেনাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ২১তম পেৰা স্পেচিয়েল ফৰ্চৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে…

চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হল ম্যানমাৰৰ নোবেল বঁটা বিজয়ী নেত্ৰী আং চান চু কী

কোভিড প্ৰটকল ভংগ আৰু উছতনি মূলক কথা প্ৰচাৰ কৰাৰ অপৰাধত সোমবাৰে ম্যানমাৰৰ ৰাজধানীৰ এখন বিশেষ আদালতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে দেশখনৰ বহিষ্কৃত নেত্ৰী আং চান চু কীক। ১ ফেব্ৰুৱাৰীত সেনাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ৭৬ বছৰীয়া নবেল বঁটা…

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত কি তথ্য ডাঙি ধৰিলে গৃহমন্ত্ৰীয়ে?

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত বক্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ৷অমিত শ্বাহৰ ভাষ্য- “ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এচ আই টি৷৩০ দিনৰ ভিতৰত এচ আই টি দাখিল কৰিব প্ৰতিবেদন৷সন্ত্ৰাসবাদীৰ বিচৰণৰ খবৰ লাভ কৰাৰ পিছতেই সন্দেহজনক ঠাইখিনিত কৰা হৈছিল…

কেনেকুৱা সাংবাদিক আছিল বিনোদ ডুৱা?

আজিৰ পৃথিৱীত, যেতিয়া বেছিভাগ সাংবাদিক আৰু এংকৰে ক্ষমতাক তোষামোদ কৰি গৌৰৱান্বিত হোৱা দেখা যায়,সেই সময়ত বিনোদ দুয়া আছিল এনে এগৰাকী সাংবাদিক যিয়ে কেতিয়াও ক্ষমতাৰ সৈতে সংঘৰ্ষ কৰিবলৈ ভয় কৰা নাছিল।দূৰদৰ্শনত এংকৰৰ জৰিয়তে সাংবাদিক জীৱন আৰম্ভ…

৫৭ হাজাৰ টকীয়া চকীত বহে ৰাজ্যৰ এখন উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী

৫৭ হাজাৰ টকীয়া চকীত বহে ৰাজ্যৰ এখন উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী।শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীৰ বাবে কৰ্তৃপক্ষই ক্ৰয় কৰি দিয়ে ৫৭ হাজাৰ টকীয়া চকী।হয়,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একোজন শিক্ষাৰ্থীৰ বাবে ৫৭,৩৯৯ টকা মূল্যৰ চকী ক্ৰয় আহিছে…