সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতৰ ৬ হাজাৰ এন জি অ’য়ে কিয় নাপাব বিদেশী অনুদান?

প্ৰায় ৬০০০ বেচৰকাৰী সংগঠনৰ বৈদেশিক অনুদান ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা বন্ধ হৈছে। কিয়নো গৃহ মন্ত্ৰালয়ে এফচিআৰএৰ আৱেদন নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। এমএইচএৰ এজন বিষয়াই শনিবাৰে কয় যে ই ১৭৯ টা বেচৰকাৰী সংগঠনৰ এফচিআৰএ পঞ্জীয়ন নৱীকৰণ…

২০২২ ত নিৰ্বাচিত হ’ব ১০৩০ গৰাকী বিধায়ক

মহামাৰী কোভিড আৰু এটা বিশাল কৃষক আন্দোলনৰ স্মৃতিৰ মাজেৰে অন্ত পৰিল ২০২১ চন ৷ আৰম্ভ হৈছে এটা নতুন বছৰ ৷ এই বছৰটো হ’ব ভাৰতীয় ৰাজনীতিৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বছৰ ৷ কাৰণ, ২০২২ চনত দেশৰ ৮ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই…

১৯৭ কৌটিৰ মালিক পীয়ূষ জৈন আচলতে কাৰ মানুহ ?

আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। আৰম্ভ হৈছে ৰাজনৈতিক ঢৌ। নিৰ্বাচনৰ আগতেই কানপুৰৰ ব্যৱসায়ী পীযুষ জৈন ঘৰৰ পৰা কোটি কোটি টকা আৰু সোণ উদ্ধাৰ কৰা হৈছিল। ব্যৱসায়ী পীযুষ জৈন কাৰ মানুহ? শাসন আৰু বিৰোধী দুয়োপক্ষই ইজনে সিজনৰ ফালে আঙুলি…

১৯৭ কৌটিৰ মালিক পীয়ূষ জৈন আচলতে কাৰ মানুহ ?

আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। আৰম্ভ হৈছে ৰাজনৈতিক ঢৌ। নিৰ্বাচনৰ আগতেই কানপুৰৰ ব্যৱসায়ী পীযুষ জৈন ঘৰৰ পৰা কোটি কোটি টকা আৰু সোণ উদ্ধাৰ কৰা হৈছিল। ব্যৱসায়ী পীযুষ জৈন কাৰ মানুহ? শাসন আৰু বিৰোধী দুয়োপক্ষই ইজনে সিজনৰ ফালে আঙুলি তুলিছে।…

অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি চীনৰ

চীনে অতীতৰে পৰা অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে আৰু ভাৰতে প্ৰতিবাৰেই ইয়াক দৃঢ়ভাৱে অস্বীকাৰ কৰিছে। কিন্তু বিবিচিৰ এটা বাতৰি অনুসৰি, ৩০ ডিচেম্বৰ বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ অৰুণাচল প্ৰদেশৰ ১৫ টা…

ভাৰতত দিনে দিনে বৃদ্ধি পাইছে কোভিড-১৯ ৰোগীৰ সংখ্য়া

ভাৰতত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কোভিড-১৯। দেওবাৰৰ লৈকে ভাৰতত কভিডত আক্ৰান্ত ২৭,৫৫৩ জন ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ২৮৪ জন। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিঅনুসৰি ভাৰতত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫২৫ জন।…

৬ কোটি টকা সুৰা বিক্ৰী

গুৱাহাটী মহানগৰীত ৩১ ডিচেম্বৰৰ দিনটোত বিক্রী হয় কোটি টকাৰ সুৰা। নৱবৰ্ষক আদৰিবলৈ গুৱাহাটীবাসীয়ে কালি দিনটোত ক্ৰয় কৰিলে ৬ কোটি টকাৰ সুৰা। চৰকাৰে কঠোৰ নিয়ম বান্ধি দিয়া পাছতো গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে কালি দিনটোত মদ্যপান কৰি অহা ৬৩ জন…

নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই।…

ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে অমিক্ৰণ

ভাৰতত অ'মিক্ৰণ দ্ৰুতগতিত সংক্ৰমিত হৈছে। আজিৰ দিনটোত ভাৰতৰ অ'মিক্ৰনত আক্রান্ত সংখ্যা ১৪৩১ জন, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ জন, দিল্লীত ৩৫১ জন, তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন আৰু কেৰালাত ১০৯ জন । ইফালে দেশখনত যোৱা ২৪ ঘণ্টাত ২২,৭৭৫ জন নতুনকৈ…

নববৰ্ষৰ পুৱাই ১৩ জন লোক নিহত, ১২ জনৰো অধিক আহত

নৱবৰ্ষৰ পুৱাই প্ৰায় ৩ বজাত জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণোদেৱী তীৰ্থস্থানত সংঘটিত পদপিষ্ট হৈ ১২ জন  তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে । ১৩ জনলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান আহতসকল নাৰায়ণ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।…