সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৬ কোটি টকা সুৰা বিক্ৰী

গুৱাহাটী মহানগৰীত ৩১ ডিচেম্বৰৰ দিনটোত বিক্রী হয় কোটি টকাৰ সুৰা। নৱবৰ্ষক আদৰিবলৈ গুৱাহাটীবাসীয়ে কালি দিনটোত ক্ৰয় কৰিলে ৬ কোটি টকাৰ সুৰা। চৰকাৰে কঠোৰ নিয়ম বান্ধি দিয়া পাছতো গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে কালি দিনটোত মদ্যপান কৰি অহা ৬৩ জন লোকৰ ডাইভিং লাইচেঞ্চ জব্দ কৰা লগতে ৩৭ জনৰ বাতিল কৰে লাইচেঞ্চ।

Leave A Reply

Your email address will not be published.