সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাজেটে ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ ইংগিত দিলে নেকি ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মঙলবাৰে উত্থাপণ কৰা বাজেটক লৈ এতিয়া উত্থাপণ হৈছে অনেক প্ৰশ্ন ৷এটা কথা সঠিক যে এইবাৰৰ বাজেটে কৃষক – শ্ৰমিক – মধ্যবিত্ত সকলোকে হতাশ কৰিছে ৷ ভাল খবৰ আছে যদি কেৱল পুজিপতিসকলৰ বাবে ৷ কিন্তু প্ৰশ্ন হৈছে সন্মুখত পাঁচ…

১০ দিনত ৯ বিজেপি নেতাক কিয় খেদিলে ৰাইজে ?

দেশৰ বৃহত্তম ৰাজ্যখনৰ নিৰ্বাচনত সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষনীয় হৈ পৰিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কিন্তু তাৰ পূৰ্বে এতিয়া…

কেৰালাত কাৰাবন্দী অসমৰ শ্ৰমিক, চৰকাৰে খবৰ ল’বনে ?

 অসমৰ ৩১ জনকৈ শ্ৰমিক এতিয়া বন্দী হৈ আছে কেৰালাৰ বিভিন্ন কাৰাগাৰত ৷ বিগত প্ৰায় এমাহ ধৰি এই শ্ৰমিকসকলে কাৰাগাৰত দিন কটাইছে ৷ কিন্তু এতিয়াও কাৰাবন্দী শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অসম চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ৷  অসমৰ কোন কোন…

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” সন্দৰ্ভত ভাষণ

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "আত্মনির্ভৰ ভাৰত" আৰু ইয়াৰ গুৰুত্ত্ব সন্দৰ্ভত আগবঢ়াবলগীয়া ভাষণ শুনিবৰ বাবে বিজেপি সাংসদ জে পি নাদ্দা , কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ আন আন সাংসদসকল মিলিত হ'ব আম্বেদকাৰ ভৱনত । তাৰোপৰি দলৰ…

ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে অসম সন্তান

মঙলবাৰে অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰঙিয়াত  জন্মগ্ৰহণ কৰা ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতা অসম…

বাজেটত কৰ্পোৰেটৰ বাবে কৰ ৰেহাই , আপোনাৰ বাবে কি ?

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে তেওঁৰ চতুৰ্থখন বাজেট।কৃষি, শিক্ষা, স্বাস্থ্য সেৱা, ৰে'লৱে, ডিজিটেল মুদ্ৰা আৰু ডিজিটেল বেংকিং সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।৫ জুলাই, ২০১৯ত প্ৰথম বাজেট উপস্থাপন কৰা নিৰ্মলাই…

এলআইচিও হ’ব নেকি ব্যক্তিগত খণ্ডৰ কোম্পেনী?

কোন মালিক হ’ব এল আই চিৰ? দেশৰ এক বহুত ডাঙৰ কোম্পেনী খবৰৰ শিৰোনামাত৷ কিমান ডা্ঙৰ এই কোম্পেনী? দেশৰ ব্যক্তিগত খণ্ডৰ আটাইতকৈ ডা্ঙৰ কোম্পেনী ৰিলায়েন্স ইণ্ড্ৰাষ্টিজতকৈ তিনিগুণ মুল্যৰ এই কোম্পেনী৷ দেশৰ ৫ জন মানুহৰ এজন এই কোম্পেনীৰ গ্ৰাহক৷হয়,…

পৰিয়ালৰ মাজতেই প্ৰতিদ্বন্দীতা৷ কংগ্ৰেছী শহুৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থীত্ব বোৱাৰীৰ৷

একেটা পৰিয়ালতে একেটা সমষ্টিতে পৃথক পৃথক প্ৰার্থী কংগ্ৰেছ বিজেপিৰ পুত্ৰ বিজেপি মন্ত্ৰী৷পিতৃ কংগ্ৰেছৰ প্ৰার্থী৷শহোৰৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থী বোৱাৰী৷কংগ্ৰেছৰ সততে এটা বদনাম আছে,সেইয়া হৈছে পৰিয়ালতন্ত্ৰ৷কিন্তু একেই বদনামত এইবাৰ সাঙুৰ খাইছে…

এই বাজেটত কি কি নাই?

বহু অপেক্ষা আৰু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰিলে ২০২২ বৰ্ষৰ বাজেট ৷ এই বাজেটত নাই কোনো চমৎকাৰ ঘোষণা , নাই চাকৰিয়ালৰ বাবে আশাৰ বতৰা , সুখবৰ আছে কেৱল কৰ্পোৰেটৰ বাবে ৷ যাৰ বাবে বাজেটৰ সমালোচনাত মুখৰ হৈ পৰিছে…

নির্বাচনমুখী আছিল নেকি এই বাজেট?

বাজেট দাখিলৰ এদিন পূর্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংবাদিকক সম্বোধন কৰি কৈছিল,নির্বাচন আহি থাকিব,কিন্তু বাজেট অতি গুৰুত্বপূর্ণ৷কিন্তু এই কথা সত্য যে,নির্বাচনৰ পূর্বে দাখিল হোৱা প্ৰতিখন বাজেটতে নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহক…