সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুলিচ ষ্টেটত পৰিণত হৈছে নেকি অসম ?

এখন দেশ বা ৰাজ্যত যেতিয়া চৰকাৰ বা শাসকে পুলিচ লগাই নাগৰিকৰ অধিকাৰ হনন কৰা হয় , তেতিয়া সেই ৰাজ্যখনক কোৱা হয় পুলিচ ষ্টেট বুলি ৷ কোনো নাগৰিকেই এখন পুলিচ ষ্টেটত বসবাস কৰিব নিবিচাৰে ৷ আইন – শৃংখলাৰ নামত নাগৰিকৰ অধিকাৰ হনন কৰা, নাগৰিকক ভীতিগ্ৰস্থ…

হিজাব পৰিহিতা মুছলমান ছাত্ৰী টার্গেট হৈ পৰিছে নেকি হিন্দুত্ববাদীৰ?

কনার্টকৰ এখন কলেজত হিজাব পৰিহিত এগৰাকী ছাত্ৰীৰ সন্মুখত বহু সংখ্যক গেৰুৱা বসনধাৰী শিক্ষার্থীয়ে জয় শ্ৰী ৰাম বুলি চিঞৰিছে৷ ছাত্ৰী গৰাকীয়েও আল্লাহু আকবৰ বুলি প্ৰত্যুত্তৰ প্ৰদান কৰিছে৷এনেদৰেই এতিয়া কনার্টকক হিজাব বির্তকই জোকাৰিছে৷কিন্তু কি এই…

নেহৰুলৈ দোষ ঠেলি আৰু কিমান পলায়ন কৰিব নৰেন্দ্ৰ মোদীয়ে ?

যদি দেশত কংগ্ৰেছ দল নাথাকিলহেঁতেন , তেনেহ’লে কি হ’লহেঁতেন ? এই প্ৰশ্ন নিজেই আলোচনালৈ আনি নিজেই উত্তৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰত্যু্ত্তৰ দিয়াৰ পাছত আজি ৰাজ্যসভাত বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে…

হিমবাহত আৱদ্ধ হৈ মৃত্যু ৭ সেনা জোৱানৰ

অৰুণাচল প্ৰদেশত দেওবাৰে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰা ৭ সেনা জোৱানৰ শৱদেহ মঙলবাৰে উদ্ধাৰ কৰা হয় ৷ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে অৰুণাচল প্ৰদেশৰ কামেঙ সীমান্তত বৰফৰ স্তুপত আবদ্ধ হৈ পৰা ৭ জন সেনা জোৱানৰে মৃত্যু হৈছে ৷ সীমান্তত…

লাভ জিহাদেই হ’ব নেকি বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ?

ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িকতাই হ’ব উত্তৰ প্ৰদেশত বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ৷ মঙলবাৰে দলটোৱে মুকলি কৰা ইস্তাহাৰতো তাৰেই প্ৰতিফলন ঘটিল ৷ ‘লোক কল্যান সংকল্প পত্ৰ ‘ শীৰ্ষক ইস্তাহাৰত বিজেপিয়ে খেতিয়কক বিনামূলীয়া পানী আৰু বিজুলী যোগানৰ…

বিজেপিয়ে উত্তৰ প্ৰদেশত প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিস্থানত ইস্তাহাৰ প্ৰকাশ কৰিলে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাজ্যিক মুৰব্বী স্বতন্ত্ৰ…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে…

কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

চৰকাৰী কাৰ্যসূচী লৈ নতুন দিল্লীত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ চৰ্চা চলিছিল যে মাজুলীৰ উপ – নিৰ্বাচন সন্দৰ্ভত দুয়োগৰাকী…

উত্তৰ প্ৰদেশত বিজেপিয়ে মুকলি কৰিব ইস্তাহাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথোঁ ১ টা দিন। ১০ ফেব্রুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা লগতে ১৪, ২০, ২৩ ২৭, ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। কিন্তু বিজেপিয়ে মুকলি কৰা নাই ইস্তাহাৰ। আজিহে কেন্দ্ৰীয় গৃহমন্ত্ৰী…