কাৰ্টুনৰ ৰূপত উভতি আহিছে নেকি বিভৎসতাৰ ইতিহাস ?
মানুহৰ ইতিহাসৰ বিভৎতম খলনায়ক হিচাপে বিবেচনা কৰা হয় জাৰ্মান শাসক হিটলাৰক ৷ নাজী বাহিনীক ইতিহাসে সদায়ে মানৱতাৰ শত্ৰু বুলিয়ে গণ্য কৰি আহিছে ৷ সকলোৱে ক’ব বিচাৰে যে আধুনিক সমাজ ব্যৱস্থাত হিটলাৰ আৰু নাজী কাৰোৱে স্থান নাই ৷ কিন্তু ইতিহাসৰ…