সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ,কিন্তু প্ৰবর্তন হ’ব গীতা ভাগৱতৰ পাঠ্যক্ৰম৷

ভাগৱত গীতা অন্তভুক্ত হ’ব বিদ্যালয়ৰ পাঠ্যক্ৰমত৷ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব ভাগৱত গীতা৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যত ২০২২-২৩ শিক্ষাবর্ষৰ পৰা পাঠ্যক্ৰমত অন্তভুক্ত হব ভাগৱত গীতা৷গুজৰাট চৰকাৰৰ এই…

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা…

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিৰ্ধাৰণ কৰিছে প্ৰত্যেকজন মন্ত্ৰীৰ বাবে সুকীয়া সুকীয়া লক্ষ্য

নৱনিৰ্বাচিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিজ মন্ত্ৰী মণ্ডলৰ প্ৰত্যেকজন মন্ত্ৰীৰ বাবে নিৰ্ধাৰণ কৰিছে সুকীয়া সুকীয়া লক্ষ্য। আৰু যদিহে কোনো মন্ত্ৰী এই লক্ষ্যত উপনীত হ'ব নোৱাৰে তেনেহলে মন্ত্ৰী গৰাকীক নিজ পদৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ…

কি কৌশলেৰে বিজেপিয়ে জয়ী কৰাব ৰাজ্যসভাৰ দ্বিতীয়গৰাকী প্ৰার্থীক?

ৰাজ্যসভাৰ নির্বাচন৷ বিজেপি মিত্ৰজোঁটে দূয়োখন আসনৰ বাবে ঘোষণা কৰিলে প্ৰার্থী৷প্ৰথমখন আসনৰ বাবে বিজেপি দলৰ পবিত্ৰ মার্ঘেৰিটাক আৰু দ্বিতীয়খন আসনৰ বাবে মিত্ৰ দল ইউপিপিএলৰ ৰৌণগোৰা নার্জাৰীক৷ প্ৰধান বিৰোধী দল কংগ্ৰেছেও ৰাজ্যসভাৰ নির্বাচনত অৱতীর্ণ…

ৰাজপথত চলিছে কিয় অসম আৰক্ষীৰ সন্ত্ৰাস?

ভিডিঅ’টো আছিল বুলিহে৷ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ কাণ্ডক লৈ ৰাজ্যজুৰি সৃ্ষ্টি হৈছে প্ৰতিক্ৰিয়া৷বৃহস্পতিবাৰে পল্টনবজাৰ আৰক্ষীয়ে এজন বাইক আৰোহীক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছ৷তাৰপিছতেই ঘটনাক লৈ সমালোচনাৰ সন্মুখীন হৈছে আৰক্ষী৷বাইক…

কিয় কাশ্মিৰী পণ্ডিতে কাশ্মীৰ পৰিত্যাগ কৰিব লগা হৈছিল?

কি কাৰণে কাশ্মিৰী পণ্ডিতে কাশ্মীৰ পৰিত্যাগ কৰিব লগা হৈছিল? কাৰ কাৰণে কাশ্মিৰী পণ্ডিতসকল নিজৰ ঘৰ হেৰুৱাব লগা হৈছিল? কাশ্মিৰী পণ্ডিতৰ কাশ্মীৰ পৰিত্যাগ কৰিব লগা হোৱাৰ কাৰণে কেৱল এটা ধর্মৰ মানুহেই দোষী নে? দ্য কাশ্মীৰ ফাইলচৰ মুক্তিৰ পাছত- এনে…

ৰাজ্যসভা নির্বাচনত বিৰোধীৰ ভোটেৰে কেনেকৈ জিকিছিল শাসকীয় প্ৰার্থী?

পীয়ুষ হাজৰিকাই কৈছে,ৰিপুন বৰা নিজিকে৷কংগ্ৰেছৰেই বহুতে ৰিপুন বৰাক নিবিচাৰে৷ইয়াৰ অর্থ এয়াই,যে কংগ্ৰেছেও ৰিপুন বৰাক ভোট নিদিব পাৰে,কংগ্ৰেছেও ভোট দিব পাৰে বিজেপিক৷কিন্তু এয়া সম্ভবনে?ৰাজ্যসভাৰ নির্বাচনক লৈ ইতিমধ্যে গৰম হৈছে ৰাজনীতি৷চলিছে…

আকৌ বিশ্ববাসীয়ে কটাব লাগিব নেকি লকডাউনত?

আকৌ কোভিড আক্ৰন্ত হৈ মানুহ মৰিছে চীনত৷বিগত এটা বছৰৰ পিছত প্ৰথমবাৰলৈ কোভিড আক্ৰান্তৰ মৃত্যৰ খবৰ আহিছে চীনৰ পৰা৷চীনতেই আৰম্ভ হৈছিল কোভিডৰ সংক্ৰমণ৷কিন্তু বিশ্বক চমক দেখুৱাই কোভিড শূন্য হৈ উঠিবলৈ সক্ষম হৈছিল চীন৷কিন্তু কোভিড আক্ৰন্ত হৈ এটা বছৰৰ…

নিযুক্তি নাই-দেশত কিমান পদএতিয়াও খালী হৈ আছে?

ভোটৰ ৰাজনীতিত নহ’লেও কৌটি কৌটি নিবনুৱাৰ বাবে চাকৰি অথবা এটা কৰ্মসংস্থাপন হৈ পৰিছে জীৱনৰ মূল ইছ্যু ৷ চৰকাৰে প্ৰতিশ্ৰুতি ৰখা নাই , বিভাগে বিজ্ঞাপন প্ৰকাশ কৰা নাই ৷ তাৰ মাজত হা- হুমুনিয়াহেৰে দিন কটাবলগীয়া হৈ পৰিছে কৌটি কৌটি নিবনুৱাই ৷ ভাৰতৰ…

TRP ৰ বাবে কি কৰিব নোৱাৰে অৰ্ণৱ গোস্বামীয়ে?

যোৱা দুটা বছৰে বন্ধ আছিল News চেনেল সমূহৰ TRP মূল্যায়ন।কাৰণ News চেনেল সমূহৰ TRP মূল্যায়ন কৰা BARC অৰ্থাৎ Broadcast Audience Research Council India নিজেই ভ্ৰষ্টাচাৰৰ অভিযোগত অভিযুক্ত হৈছিল।news চেনেল সমূহে বৃহৎ সংখ্যক ধনৰ বিনিময়ত নিজৰ TRP…