নিযুক্তি নাই-দেশত কিমান পদএতিয়াও খালী হৈ আছে?

Share This Article

ভোটৰ ৰাজনীতিত নহ’লেও কৌটি কৌটি নিবনুৱাৰ বাবে চাকৰি অথবা এটা কৰ্মসংস্থাপন হৈ পৰিছে জীৱনৰ মূল ইছ্যু ৷ চৰকাৰে প্ৰতিশ্ৰুতি ৰখা নাই , বিভাগে বিজ্ঞাপন প্ৰকাশ কৰা নাই ৷ তাৰ মাজত হা- হুমুনিয়াহেৰে দিন কটাবলগীয়া হৈ পৰিছে কৌটি কৌটি নিবনুৱাই ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল বছৰি এক কৌটি চাকৰি দিয়াৰ , অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল বছৰি এক লাখ চকৰি দিয়াৰ কিন্তু চৰকাৰে এই প্ৰতিশ্ৰুতি কিমানদূৰ পালন কৰিছে চাও আহক আজিৰ ৰাউণ্ড দ্য ক্লকৰ ডাঙৰ খবৰ শিতানত –

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.