TRP ৰ বাবে কি কৰিব নোৱাৰে অৰ্ণৱ গোস্বামীয়ে?

Share This Article

যোৱা দুটা বছৰে বন্ধ আছিল News চেনেল সমূহৰ TRP মূল্যায়ন।কাৰণ News চেনেল সমূহৰ TRP মূল্যায়ন কৰা BARC অৰ্থাৎ Broadcast Audience Research Council India নিজেই ভ্ৰষ্টাচাৰৰ অভিযোগত অভিযুক্ত হৈছিল।news চেনেল সমূহে বৃহৎ সংখ্যক ধনৰ বিনিময়ত নিজৰ TRP বৃদ্ধি কৰিছিল।এই ভ্ৰষ্টাচাৰত সোমাই পৰিছিল অৰ্ণব গোস্বামীৰ চেনেল ৰিপাব্লিক টিভি।ৰিপাব্লিক টিভিৰ চি ই অ’ বিকাশ খানচান্দনিৰ লগতে ১৩ গৰাকী লোকক টি আৰ পি কেলেংকাৰীৰ বাবে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।তাৰ পাছত দুটা বছৰে বন্ধ হৈ আছিল TRP মল্যায়ন।কিন্তু দুটা বছৰৰ পাছত পুনৰ আৰম্ভ হৈছে news চেনেল সমূহৰ TRP মূল্যায়ন।আৰু লগে লগে news চেনেল সমূহক লৈ দুশ্চিন্তা ব্যক্ত কৰিছে সচেতন মহলে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.