ড° দিগন্ত বিশ্ব শৰ্মাক ‘ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২’প্ৰদান।
শিৱসাগৰৰ অৰুণোদয় শাখা সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° দিগন্ত বিশ্ব শৰ্মাক ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা…