Browsing Category
ৰাজ্য
হাতত পুথি কিন্তু পঢ়াবলৈ নাই শিক্ষক !
এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক! শিক্ষাৰ্থীৰ মাজত হাহাকাৰ।ছাৰ-বাইদেউহঁতে আমাক এৰি গুছি গৈছে,ছাত্ৰছাত্ৰী এতিয়া চিন্তিত নিজৰ ভবিষ্যতক লৈ।তেওঁলোকৰ ভৱিষ্যত কি হ’ব,তাকে লৈ সন্দিহান ছাত্ৰছাত্ৰীসকল।এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক আৰু ইয়াৰ…
সাংবাদিকতাৰ নামত দালালি !
সাংবাদিকতাৰ নামত ব্লেকমেইলিং । RTIৰ নামতো ব্লেকমেইলিং আৰম্ভ কৰিছে এটা চামে।সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ল'লে ৪ লাখ,সাংবাদিক পূজামণি দাসে ল'লে ৮.৭০ লাখ, RTI কৰ্মী অনুপ শইকীয়াই ল'লে ৫০ লাখ,RTI কৰ্মী ৰবিজিৎ গগৈয়ে ল'লে ৮৩ লাখ।সাংবাদিকতাক…
পুনৰ দেউলীয়া ASTC
পুনৰ দেউলীয়া হ’ল অসম ৰাজ্যিক পৰিবহণ নিগম ।গভীৰ সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম ।এপদ দুপদকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পত্তি ব্যক্তিগত কোম্পানীলৈ যোৱা আৰম্ভ হৈছে বহুত দিনৰ পৰাই ! এইবাৰ ১ জুনৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ গৰাকী…
অতীত হ’ব হাইকৰ্ট !
ইতিহাস হোৱাৰ দিশে গুৱাহাটী উচ্চ ন্যায়ালয় !আমিনগাঁৱত স্থাপন হ'ব জুডিচিয়েল চিটি ! ১০০ বিঘা ভূমিত নিৰ্মাণ হ'ব জুডিচিয়েল চিটি !২৩মে'ৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইনী ক্ষেত্ৰখনৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী গুৱাহাটী উচ্চ…
উভতি নহাৰ বাটেৰে গ’লগৈ ৭ গৰাকী যুৱক !
মৃত্যু এতিয়া সহজ !মৃত্যু এতিয়া উছৱ ! নিমিষতে হেৰাই গ’ল ৭ গৰাকী মেধাৱী ছাত্ৰ ! ৰাজ্যজুৰি শোকৰ ছাঁ!
বুকুত অযুত সপোন লৈ ঘৰৰ পৰা উচ্চ শিক্ষা ল'বলৈ গুৱাহাটী মহানগৰীলৈ ওলাই আহিছিল ছাত্ৰ কেইগৰাকী। বুকুত এসাগৰ আশা আৰু মনৰ মাজত অযুত সপোন লৈ…
চেক গণৰাজ্যত জিলিকিল ধৃতিমান
ইউৰোপ মহাদেশৰ চেক গণৰাজ্যৰ ৰাজধানী, ইউৰোপৰ সুন্দৰতম চহৰ প্ৰাগত অবস্থিত বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ সংস্থা "প্ৰাগ ফিল্ম স্কুল"ত বোকাখাতৰ ধৃতিমান কাকতিয়ে বিশেষ সফলতা আৰ্জন কৰিছে । কমাৰগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, ইংৰাজী…
চাকৰিৰ নামত ধন দিলে নেকি একাংশই ?
টকা দি চাকৰি পাইছে নেকি একাংশই? ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত মেগা নিযুক্তি উৎসৱ অনুষ্ঠিত কৰে বৃহস্পতিবাৰে।কিন্তু চাকৰি দিয়াৰ নামত কোনে সংগ্ৰহ কৰিলে ডেৰ কোটি টকা? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিকা নিযুক্তিৰ শ্ল'গান ভুৱা নেকি?…
৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা
( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।)
৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত…
চাফাই কৰ্মীৰ ‘চাফাই’, মুখৰ বচন নাৰাখিলে মুখ্যমন্ত্ৰীয়ে!
হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”
কণা হাঁহক পতান দিছে মুখ্যমন্ত্ৰী শৰ্মাই !
১ লাখ নিযুক্তি কেতিয়া ? চৰকাৰৰ দুবছৰতো সম্পূৰ্ণ নহ'ল এক লাখ নিযুক্তি ! দুবছৰত নিযুক্তি লাভ ৮৬,৭৮২ গৰাকীৰ !মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাই এবছৰত এক লাখ যুৱক-যুৱতীক গণি গণি চাকৰি দিব বুলি ঘোষণা কৰিছিল । অৱশ্যে…