সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

ঋষি চুনক আৰু ড: হিমন্ত বিশ্ব শৰ্মা

খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবদ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে লাভ কৰিলে ৰাজসাহায্যৰ অনুমোদন ।তাৰ পাছতেই দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা…

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মুখত ছাঁই সানিলে মুখ্যমন্ত্ৰী হিমন্তই !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত মতপাৰ্থক্য নতুন নহয়।এজনৰ লক্ষ্য যদি পূবলৈ আনজনৰ লক্ষ্য পশ্চিমলৈ !প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত আখৈ ফুটাদি ফুটে বৰাক-ব্ৰহ্মপুত্ৰৰ…

কি চলিছে মুখ্যমন্ত্ৰীৰ সোঁহাত তুলিৰামৰ কাৰ্বি আংলঙত?

দুৰ্নীতিৰ কথা ক’লেই যাব লাগে জে’ললৈ !মুখ্যমন্ত্ৰীৰ চামচা হিচাপে সফল কিন্তু দুৰ্নীতি নিবাৰণত বিফল ! দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱনেতা।দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে যিমানেই দম্ভালি…

মানুহ থকাই টান ৰ’দত, তেন্তে কোনে পানী দিব গছত?

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য মাথোন অভিলেখ গঢ়াত।ইটোৰ পিছত সিটো অভিলেখ গঢ়ি নিজৰ শাসনৰ সমযচোৱা আনতকৈ যে পৃথক তাকেই যেন প্ৰতিপন্ন কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই।কেতিয়াবা যদি ১২হাজাৰ বিহুৱা-নাচনীক সৰুসজাইত নচুৱাই…

কিহত সাদৃশ্য আছে মোডী-হিমন্তৰ ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৱকায়দাত আছে যথেষ্ট সাদৃশ্য।শেহতীয়া প্ৰায়বোৰ কাম কাজতে সেই সাদৃশ্য প্ৰকাশ পাইছে।89অৱশ্যে সাদৃশ্য বুলি ক’লে ভুল হ’ব।এয়া আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

এৰা বনি কিমান আৰু পেৰা খাব জুবিন গাৰ্গে?

কণ্ঠশিল্পী জুবিন গাৰ্গৰ অনুগামীৰ সীমাসংখ্যা নাই।জুবিন গাৰ্গে মঞ্চত গীত পৰিৱেশন কৰিবলৈ উঠিলেই মঞ্চৰ তলত দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰাটো নিত্যনৈমিত্তিক ঘটনাৰ দৰে।এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ ক্ষেত্ৰত এই দৃশ্য একেবাৰে সহজলভ্য।কিন্তু…

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৪ সংখ্যক মুখপত্ৰ ‘নুমলী’ উন্মোচন

গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্র 'নুমলী' ২০০০ চনত প্ৰকাশ পোৱাৰ পাছত বিৰতিহীনভাৱে প্ৰতিবছৰে প্ৰকাশ পাই আহিছে।এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ বিকাশৰ লগতে বিদ্যালয়ৰ প্ৰগতিৰ মাধ্যম হ'ল বিদ্যালয়ৰ আলোচনীখন।…

নিজৰ ‘বেটী’কে বচাব নোৱাৰা বিজেপিয়ে ,ক’ত দেশৰ ‘বেটী ’ বচাব?

বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ পিছত বিজেপি দলটোৰ নেতাসকলে পিন্ধি থকা মুখাবোৰ খোল খালে।ইখনৰ পিছত সিখন মুখা খোল খাইছে বিজেপি নেতাসকলৰ।নগদ ধনৰ বিনিময়ত চাকৰি দিব বুলি লাখ লাখ টকা সংগ্ৰহ কৰি পিছত চাকৰি দিব…

কাৰ্যকৰ্তাৰ লানি নহয়,এইবাৰ অঘটনৰ লানি অসম বিজেপিত !

অঘটন আৰু দুৰ্ভাগ্যই লগ নেৰা হৈছে বিজেপিক ! বিশেষকৈ অসম বিজেপিত অথন্তৰৰ অন্ত নোহোৱা অৱস্থা।কোনোবা নেতাৰ ঘৰত যদি উদ্ধাৰ হৈছে শিশুৰ মৃতদেহ,কোনোবা নেত্ৰীয়ে আকৌ নেতাৰ লগত ফটো ভাইৰেল হোৱা বাবে বাচি লৈছে চৰম পন্থা।কোনোবা নেত্ৰীৰ আকৌ ৰাষ্ট্ৰীয়…