Browsing Category
ৰাজনীতি
৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ
নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ…
আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত!
গৌতম আদানী এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি সম্পৰ্কত…
আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত! তেলেংগানাই নল’লে আদানী গ্ৰুপৰ অনুদান
গৌতম আদানী যেন এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি…
শীতকালীন অধিৱেশনতেই পতন হ’ব বিজেপি চৰকাৰ
অষ্টাদশ লোকসভাৰ তৃতীয় অধিৱেশন বিজেপিৰ বাবে এটা ভয়লগা সপোন হৈ পৰিছে। এই অধিৱেশনতেই হয়তো উত্থাপন হ’ব পাৰে অনাস্থা প্ৰস্তাৱ। আৰু তাৰ পাছত সুযোগৰ সন্ধানত থকা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সিদ্ধান্তই ক্ষমতাৰ পৰা বিতাড়িত কৰিব পাৰে বিজেপিক।…
আদানীৰ পৰা উৎকোচ লোৱাৰ তালিকাত কোন কোন মুখ্যমন্ত্ৰী?
গৌতম আদানীৰ সৈতে নাম সাঙোৰ খাই পৰা ভাৰতৰ আন এগৰাকী চৰ্চিত ব্যক্তি জগন মোহন ৰেড্ডী। অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ নেতা। আদানীয়ে উত্কোচৰ সাম্ৰাজ্যখন যেনেকৈ বহিঃৰাষ্ট্ৰত মেলি দিছিল, সেইদৰে দেশৰ ভিতৰতো নেমেলাকৈ থকা…
আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়
অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?
EXPLAIN: আমেৰিকাৰ বিনিয়োগকাৰীক কেনেদৰে প্ৰতাৰণা কৰিলে আদানীয়ে?
The Crosscurrent EXPLAIN
বিশ্বত ভাৰতক লাজত পেলোৱাৰ ঠিকা দিয়া আছে নেকি গৌতম আদানীক?
বিশ্বৰ প্ৰেক্ষাপটত পুনৰ ঋণাত্মক বাতৰিৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বন্ধু গৌতম আদানী। এইবাৰ প্ৰায় ২২০০ কোটি টকা বা ২৬৫ মিলিয়ন us dollar উৎকোচ দিযাৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে…
মন্ত্ৰী পীযুষ হাজৰিকাই নোকোৱা কথাবোৰ কি?
জাগীৰোড কাগজ কল বন্ধ হোৱাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ বিশেষ মন্তব্য কৰিছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে – আঢ়ৈ হাজাৰ টকাৰ বাঁহ ডাঙৰ কোম্পানীয়ে চাৰে চাৰি হাজাৰ টকাত যোগান ধৰিছিল কাগজ কলক ৷ কংগ্ৰেছ চৰকাৰে দিছিল এই সুবিধা ৷ মুখ খুলিলে আৰু…
থলুৱা বিষয়াক বহিষ্কাৰ, বহিৰাগত বিষয়াক পুৰস্কাৰ! চাৰ্জশ্বীটেড আই পি এছ বিষয়াক দিছপুৰত সংস্থাপন
ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা অসম আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ হৈছে ৰাজ্যৰ গৃহ বিভাগ৷ ইজনৰ পাছত সিজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে, নিলম্বন কৰা হৈছে, বহিষ্কাৰ কৰা হৈছে৷ অভিযোগ লাভৰ পাছতেই অভিযুক্ত আৰক্ষী বিষয়াৰ…