সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

নেতাক টিছু পেপাৰৰ দৰে ব্যৱহাৰ বিজেপিৰ !

শাসক দল বিজেপিত বিসম্বাদে লৈছে ভয়ংকৰ ৰূপ।অসমৰ পৰা আৰম্ভ কৰি হিমাচল প্ৰদেশলৈকে,কৰ্ণাটকৰ পৰা আৰম্ভ কৰি মণিপুৰলৈকে সকলোতে বিজেপি দলৰ মাজত অনিয়ন্ত্ৰিত বিসম্বাদে গা কৰি উঠিছে৷কৰ্ণাটকত লিংগায়ট সম্প্ৰদায়ে ইতিমধ্যে সংগ ত্যাগ কৰিছে বিজেপিৰ।বিজেপিত…

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মুখত ছাঁই সানিলে মুখ্যমন্ত্ৰী হিমন্তই !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত মতপাৰ্থক্য নতুন নহয়।এজনৰ লক্ষ্য যদি পূবলৈ আনজনৰ লক্ষ্য পশ্চিমলৈ !প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত আখৈ ফুটাদি ফুটে বৰাক-ব্ৰহ্মপুত্ৰৰ…

উমা ভাৰতীয়ে ত্যাগ কৰিব বিজেপি !

মধ্য প্ৰদেশত অহা নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনক লৈ ব্যস্ত শাসক -বিৰোধী দুয়োটা পক্ষই।মধ্য প্ৰদেশত বিগত ২০ বছৰ ধৰি চলি আছে বিজেপি দলৰ চৰকাৰ।মধ্য প্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ লগতে দুৰ্নীতি আৰু দলীয় বিসম্বাদে কোঙা কৰি…

মানুহ থকাই টান ৰ’দত, তেন্তে কোনে পানী দিব গছত?

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য মাথোন অভিলেখ গঢ়াত।ইটোৰ পিছত সিটো অভিলেখ গঢ়ি নিজৰ শাসনৰ সমযচোৱা আনতকৈ যে পৃথক তাকেই যেন প্ৰতিপন্ন কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই।কেতিয়াবা যদি ১২হাজাৰ বিহুৱা-নাচনীক সৰুসজাইত নচুৱাই…

কাৰ্যকালৰ শেষৰ বছৰত বিজেপিয়ে বুজিলে ৰামনামেইহে সাৰ !

দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ। একেলেথাৰিয়ে দুটা কাৰ্যকাল দেশৰ শাসনত থাকি ক্ষমতা হেৰুৱাব খোজা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ।বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰ খনৰ হাতত আছে মাত্ৰ ৭ টা মাহ।অৱশ্যে দেশত…

দেশ একেখনেই,এফালে আনন্দ,আনফালে বিষাদ !

G 20 সন্মিলনক লৈ সমগ্ৰ দেশ ব্যস্ত।সমগ্ৰ দেশলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিনিধি।কৃত্ৰিম ফোৱাৰা,সুসজ্জিত ৰঙীন লাইটেৰে দিল্লী যেন এক স্বৰ্গপুৰীলৈহে ৰূপান্তৰিত হৈছে।দেশী-বিদেশী নেতাৰ আগমনে দিল্লীৰ পৰিৱেশত সোণত সুৱগা চৰাইছে।অশান্ত…

বৃটিছে দিয়া নাছিল ‘ইণ্ডিয়া’ নাম

আমাৰ দেশৰ নাম কি হ’ব ? ভাৰত নে ইণ্ডিয়া ? নে ভাৰত আৰু ইণ্ডিয়া দুয়োটাই ?বৃটিছসকলে আমাৰ দেশৰ নাম ইন্ডিয়া ৰাখিছিল নেকি ? শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ভাৰত স্বাধীন হোৱাৰ পাছতেই । সংবিধান সভাত ইয়াক লৈ চাৰি দিন ধৰি চলিছিল…

এক ভয়ংকৰ সাদৃশ্য ধৰা পৰিছে বিজেপি আৰু জিন্নাৰ মাজত !

বিজেপি চৰকাৰে ২০১৫ চনত এগৰাকী আৱেদনকাৰীয়ে ইণ্ডিয়া নামটো সলনিৰ বাবে জনোৱা জনস্বাৰ্থজড়িত আবেদন নস্যাৎ কৰিছিল৷।এই মন্তব্য থিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰৰ।২০১৫ চনত দেশৰ নাম ইণ্ডিয়াৰ পৰিবৰ্তে ভাৰত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এক আবেদন জনাইছিল, যি…

‘বিগব্ৰাডাৰ’ৰ ৰূপত নৰেন্দ্ৰ মোদী

এখন কাল্পনিক উপন্যাস । এটা কাল্পনিক কাহিনী । ১৯৪৯ চনতেই লিখা এই কাল্পনিক কাহিনী যেন মিলি গৈছে দেশৰ আজিৰ পৰিস্থিতিৰ সৈতে । জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস নাইনটীন এইটটী ফ’ৰৰ(১৯৮৪) কথা ক’বলৈ লৈছো । সেই কাহিনী লিখা হৈছিল ১৯৪৯ চনত । পটভূমি ১৯৮৪ চনৰ…

নিজৰ নাক কাটি হ’লেও ক্ষমতা লাগে বিজেপিক !

দেশত লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা।নিৰ্বাচনৰ বাবে শাসক বিৰোধী দুয়োটা পক্ষই চলাইছে প্ৰস্তুতি।বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হৈ আছে মুম্বাইত।বিৰোধীৰ ঐক্যবদ্ধ যুঁজত তচনচ হোৱাৰ দিশে বিজেপি।সেয়ে ২০১৭ চনৰ…