সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

অনুৰাগীৰ ভোট লাগে,ধৰ্ষণকাৰীক পেৰল !

ৰাজস্থান আৰু তেলেংগানাক লৈ এই কেইদিন ৰাজনৈতিক দলবোৰ বিৰাট ব্যস্ত।ৰাজস্থানত অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ থকাৰ বিপৰীতে তেলেংগানাত আছে ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধীনত কেচিআৰৰ চৰকাৰ। তেলেংগানাত কংগ্ৰেছ দলে জোৰদাৰ গতিৰে নিৰ্বাচন চলাইছে যদিও…

অমিত শ্বাহক নতুন দায়িত্ব কিন্তু দায়িত্বটো কি?

৫ খন ৰাজ্যৰ নিৰ্বাচনে বিজেপিলৈ অত্যন্ত আশাব্যঞ্জক বাতৰি যে আনিব,সেই কথা আশাই কৰা নাই বিজেপিয়ে। অহা ৩ ডিচেম্বৰৰ পিছত বিজেপিৰ মূৰৰ ওপৰত নতুনকৈ এক চিন্তাৰ উদ্ৰেক ঘটিব । সেয়া হ’ল -২০২৪ চনৰ প্ৰস্তু্তি আৰু আসনক লৈ।দেখ দেখকৈ প্ৰায় বৰ্তমান নিৰ্বাচন…

যোগীৰ আধিপত্য শেষ কৰাই লক্ষ্য !

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনে একপ্ৰকাৰ জ্বলাকলা খুৱাইছে বিজেপিক।বিৰোধী দলবোৰ বিশেষকৈ কংগ্ৰেছকে ধৰি আনবোৰ দল এই নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে যদিও এই নিৰ্বাচনত যদি বিজেপিয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে তেন্তে সকলোতকৈ লোকচানৰ সন্মুখীন হ’ব…

নদী নেদেখোতেই কিয় কাপোৰ খোলা অৱস্থা বিজেপিৰ?

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ বতাহে সকলোকে স্পৰ্শ কৰিছে। ৫ খন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ শুকুৰবাৰে অন্ত পৰিব। ইতিমধ্যে বিগত ৭ নবেম্বৰত মিজোৰামৰ মুঠ ৪০ টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ লগতে ছত্তীশগড়ৰ নক্সাল অধ্যুষিত মুঠ ২০ টা…

মোডী হিৰ’ নে জিৰ’-মধ্য প্ৰদেশেই খবৰ দিব !

শুকুৰবাৰে বহু প্ৰতীক্ষিত মধ্য প্ৰদেশ বিধানসভাৰ নিৰ্বাচন। মুঠ ২৩০ খন বিধানসভাৰ আসনৰ বাবে শুকুৰবাৰে মধ্য প্ৰদেশত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। অকল মধ্য প্ৰদেশেই নহয় ,ছত্তীশগড়তো ৭০ খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব…

‘লাডলী বেহনা’ৰ নামত ভোট লাগে চৌহানক !

বিগত ২০ বছৰে মধ্য প্ৰদেশত শাসনত থকা দল বিজেপিৰ এইবাৰ ভাগ্য নিৰ্ণয় কৰিব মহিলাই। মধ্যপ্ৰদেশত বিজেপিৰ ভাগ্য নিয়ন্ত্ৰণৰ মূল দায়িত্ব ল’ব মহিলা সকলে। বিজেপিৰ মতে মধ্য প্ৰদেশত বিজেপিয়ে মহিলাক সম্পূৰ্ণ মৰ্যাদা দিছে৷মহিলাৰ মৰ্যাদা সম্পৰ্কত উল্লেখ…

‘ভেল্কীবাজি’ৰ ফল ভুগিব নেকি বিজেপিয়ে ?

দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত ৪ খনত চলি আছে নিৰ্বাচনী বতাহ। ইতিমধ্যে মিজোৰামত বিধানসভাৰ নিৰ্বাচন বিগত ৭ নবেম্বৰতেই অনুষ্ঠিত হয়। ইতিমধ্যে ছত্তীশগড়তো ২০ টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। এই নিৰ্বাচন বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন৷২০২৪ চনৰ লোকসভা…

ভয়ংকৰ বিসম্বাদত জুৰুলা বিজেপি !

৯ নবেম্বৰ দিনটো আছিল ৰাজস্থান বিজেপিৰ বাবে এক ভয়ংকৰ বেয়া দিন । মনোনয়ন পত্ৰ উঠাই লোৱাৰ দিনটোত মনোনয়ন উঠাই নল’লে ৫২ গৰাকী বিসম্বাদী প্ৰাৰ্থীয়ে।উল্লেখ্য যে অহা ২৫ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত মুঠ…

কথা দি কথা ৰাখিব নোৱাৰি বিপদত মুখ্যমন্ত্ৰী নীতিশ-তেজস্বী !

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে বিহাৰত । বিহাৰত চাকৰি প্ৰত্যাশীৰ ক্ষোভত পৰিছে মুখ্যমন্ত্ৰীগৰাকী।উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ এক লাখ ২০ হাজাৰ বিদ্যালয়ৰ ২৫ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ…

আইলৈ যেই হাত,বাইলৈয়ো সেই হাতেই !

দেশৰ পাঁচ ৰাজ্যত ইতিমধ্যে জোৰদাৰ গতিত বলিছে নিৰ্বাচনী বতাহ। মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু ছত্তীশগড়ৰ ২০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়। মিজোৰামত নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও ছত্তীশগড়ৰ চাকনা জিলাত মাওবাদীয়ে আক্ৰমণ সংঘটিত কৰে।এই…