Browsing Category
দেশ
বৃটিছে দিয়া নাছিল ‘ইণ্ডিয়া’ নাম
আমাৰ দেশৰ নাম কি হ’ব ? ভাৰত নে ইণ্ডিয়া ? নে ভাৰত আৰু ইণ্ডিয়া দুয়োটাই ?বৃটিছসকলে আমাৰ দেশৰ নাম ইন্ডিয়া ৰাখিছিল নেকি ? শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ভাৰত স্বাধীন হোৱাৰ পাছতেই । সংবিধান সভাত ইয়াক লৈ চাৰি দিন ধৰি চলিছিল…
এক ভয়ংকৰ সাদৃশ্য ধৰা পৰিছে বিজেপি আৰু জিন্নাৰ মাজত !
বিজেপি চৰকাৰে ২০১৫ চনত এগৰাকী আৱেদনকাৰীয়ে ইণ্ডিয়া নামটো সলনিৰ বাবে জনোৱা জনস্বাৰ্থজড়িত আবেদন নস্যাৎ কৰিছিল৷।এই মন্তব্য থিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰৰ।২০১৫ চনত দেশৰ নাম ইণ্ডিয়াৰ পৰিবৰ্তে ভাৰত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এক আবেদন জনাইছিল, যি…
‘বিগব্ৰাডাৰ’ৰ ৰূপত নৰেন্দ্ৰ মোদী
এখন কাল্পনিক উপন্যাস । এটা কাল্পনিক কাহিনী । ১৯৪৯ চনতেই লিখা এই কাল্পনিক কাহিনী যেন মিলি গৈছে দেশৰ আজিৰ পৰিস্থিতিৰ সৈতে । জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস নাইনটীন এইটটী ফ’ৰৰ(১৯৮৪) কথা ক’বলৈ লৈছো । সেই কাহিনী লিখা হৈছিল ১৯৪৯ চনত । পটভূমি ১৯৮৪ চনৰ…
নিজৰ নাক কাটি হ’লেও ক্ষমতা লাগে বিজেপিক !
দেশত লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা।নিৰ্বাচনৰ বাবে শাসক বিৰোধী দুয়োটা পক্ষই চলাইছে প্ৰস্তুতি।বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হৈ আছে মুম্বাইত।বিৰোধীৰ ঐক্যবদ্ধ যুঁজত তচনচ হোৱাৰ দিশে বিজেপি।সেয়ে ২০১৭ চনৰ…
ক্ৰমাৎ শক্তিশালী হৈছে I.N.D.I.A !
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে৷এই সময়চোৱাত সৰু সৰু ৰাজনৈতিক দলবোৰৰ মাজত চলিছে এটাই চৰ্চা-সেইয়া হ’ল কোনটো দল কাৰ লগত থাকিব?I.N.D.I.A ৰ বৈঠক অহা ৩১আগষ্ট আৰু ১ ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা।আম আদমি পাৰ্টি,তৃণমূল…
দক্ষিণ ভাৰতত ‘No entry’ বিজেপিৰ !
তেলেংগানাত চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ আগে আগে তেলেংগানা বিজেপি মহাসংকটৰ সন্মুখীন হৈছে।প্ৰাক্তন সাংসদৰ পৰা বিধায়কলৈ সকলোৱে বাট পোনাইছে কংগ্ৰেছ দলৰ ফালে।এগৰাকী প্ৰাক্তন সাংসদ আৰু ৪ গৰাকী বিধায়কে একেলগে…
ন্যুহত অশান্তি সৃষ্টিয়েই মূল উদ্দেশ্য নেকি VHP ৰ ?
সোমবাৰে ন্যুহত পুনৰ বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা।বিগত ৩১জুলাইত ন্যুহত অনুষ্ঠিত হৈছিল এক শোভাযাত্ৰা।এই শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হয়।বিগত এটা মাহত ন্যুহৰ অৱস্থা এক মৰিশালিলৈ পৰ্বসিত…
১০ বিজেপি বিধায়কৰ যোগাযোগ নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত !
বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এতিয়ালৈকে ১৬০ গৰাকীৰো অধিক লোকে মৃত্যুক সাৱটিছে।কুকি আৰু মেইটেই মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ বিগত প্ৰায় চাৰিটা মাহ ধৰি চলিয়েই আছে।মেইটেই সম্প্ৰদায়ৰ লোকক জনজাতীয়…
কুলুত কুলু কুলু ধ্বনিৰ নৈ – নিজৰা নাই,সকলো এতিয়া হিংস্ৰ,উন্মাদ !
চাই থাকোঁতেই এখন ঘৰ শেষ হ’ল ! এক সপোন শেষ হৈ গ’ল !আপোনজন আঁতৰি গ’ল !এনেকৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয় ! যাবলৈ ঠাই নাই,সকাহ দিবলৈ এখন কান্ধ নাই ! জীয়াই জীয়াই নৰক যন্ত্ৰণা পাইছে হিমাচলীয়ে !
হয়,হিমাচল প্ৰদেশৰ কথাই ক’ব খুজিছোঁ।চাই থাকোঁতেই…
ভাৰত বন্দিত,নিউয়ৰ্ক টাইমচ নিন্দিত !
চন্দ্ৰযান থ্ৰী চন্দ্ৰপৃষ্ঠত প্ৰবেশ কৰিলে বুধবাৰে বিয়লি ৬ বাজি ৪ মিনিটত।সমগ্ৰ ভাৰতবাসী উৎফুল্লিত৷দক্ষিণ মেৰুত বুধবাৰে চন্দ্ৰযান প্ৰৱেশৰ লগে লগে মহাকাশ অভিযানত ইতিহাস ৰচে ভাৰতে।২০১৪ চনত ভাৰতে মংগলযান পঠিয়াইছিল মঙল গ্ৰহলৈ।মংগলযান পঠিওৱাত সফল…