সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

কিয় কংগ্ৰেছৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ?

কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ৷পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ৷ টুইটাৰতো নিজকে প্ৰাক্তন কংগ্ৰেছী আখ্যা সুস্মিতা দেৱৰ৷

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত ভাৰত দোমোজাত কিয় ?

একৈশ বছৰৰ পাছত আকৌ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে আফগানিস্তান ৷ আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে তেও নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে ৷ সংবাদ…

তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?

আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো  নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক…

তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?

কাবুলত প্ৰৱেশ কৰাৰ পাছতে  প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷ ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম…

আপুনি কোনটো চাকৰি পালে – প্ৰধানমন্ত্ৰীক এইদৰে কিয় উভতি ধৰিলে ৰাহুল গান্ধীয়ে ?

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছৰ মতে দেশবাসীক ক’বলৈ চৰকাৰৰ ওচৰত নতুন কথা একো নাই ৷ পুৰণি জুমলাই তেওলোকে নতুনকৈ ঘোষণা  কৰিছে ৷…

মুম্বাই-গোৱাৰ দৰে গুৱাহাটীতো ৰেভ পার্টী- ৰঙাঘৰৰ আলহী ১৭ যৱক-যুৱতী

মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ'ল ১৭ গৰাকী যুৱক-যুৱতী। মুম্বাই-গোৱা আদি ৰাজ্যৰ দৰে এইবাৰ গুৱাহাটী মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল ১৭ গৰাকী যুৱক-যুৱতী।খাৰঘূলিৰ বিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ লোকজনৰ ঘৰত…

স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ৷ঠাইভেদে প্ৰতিঘন্টাত ২০ অথবা ৪০ কিলোমিটাৰ অতিক্ৰম কৰিলেই দুই হাজাৰ টকা জৰিমনা বিহিছিল পৰিবহন বিভাগে৷ বিষয়টোক লৈ ব্যাপক সমালোচনা অব্যাহত থকাৰ মাজতে স্পীড লিমিট ৬০…

গৰু সুৰক্ষিত হল,সুৰক্ষিত নহল সীমান্ত!

গো সুৰক্ষিত হল৷সুৰক্ষিত নহল সীমান্ত৷কালি বিধানসভাত গৃহীত হল গো সুৰক্ষা বিধেয়ক৷সৰল অর্থত অসম চৰকাৰে সুফক্ষা নিশ্চিত কৰিলে গৰুৰ৷কিন্তু গৰুৰ সুৰক্ষা নিশ্চিত কৰা চৰকাৰে নিশ্চিত কৰিব পৰা নাই সীমান্তৰ সুৰক্ষাৰ৷সেইবাবেই সৌ সিদিনা অসম আৰক্ষীৰ ৬…

কোভিড ভেকছিনৰ মিশ্ৰিত ড’জ : কি ক’লে ভেকছিন কোম্পেনীৰ মালিকে ?

ক’ৰোণা প্ৰতিৰোধৰ বাবে কোভিশ্বিল্ড আৰু কোভাক্সিনৰ মিশ্ৰিত ড’জ অধিক উপকাৰী বুলি প্ৰকাশ কৰিছিল আই চি এম আৰে ৷ তাক লৈ পৰীক্ষা – নীৰিক্ষা আৰম্ভ কৰাৰো যো-জা চলিছে ৷ দুয়োটা ভেকছিনৰ মিশ্ৰিত ট্ৰায়েলত সেউজ সংকেত দিছে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ…

ধনকুবেৰৰ তথ্য আছে মোদী চৰকাৰৰ হাতত, দৰিদ্ৰৰ সংখ্যা কিয় নাজানে ?

লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও জনাব নোৱাৰিলে…