Browsing Category
শীৰ্ষ সংবাদ
কোভিড ভেকছিনৰ মিশ্ৰিত ড’জ : কি ক’লে ভেকছিন কোম্পেনীৰ মালিকে ?
ক’ৰোণা প্ৰতিৰোধৰ বাবে কোভিশ্বিল্ড আৰু কোভাক্সিনৰ মিশ্ৰিত ড’জ অধিক উপকাৰী বুলি প্ৰকাশ কৰিছিল আই চি এম আৰে ৷ তাক লৈ পৰীক্ষা – নীৰিক্ষা আৰম্ভ কৰাৰো যো-জা চলিছে ৷ দুয়োটা ভেকছিনৰ মিশ্ৰিত ট্ৰায়েলত সেউজ সংকেত দিছে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ…
ধনকুবেৰৰ তথ্য আছে মোদী চৰকাৰৰ হাতত, দৰিদ্ৰৰ সংখ্যা কিয় নাজানে ?
লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও জনাব নোৱাৰিলে…
কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?
দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মানি চলিবলগীয়া এক নতুন কোভিড প্ৰটোকল প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ এই প্ৰট’কল অনুসৰি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷…
আফগানিস্তান : কাবুল দখলৰ দিশে নেকি তালিবান ?
কট্টৰপন্থী ইছলামিক সংগঠন তালিবানৰ যুঁজাৰু বাহিনীয়ে শুকুৰবাৰে কান্দাহাৰ দখল কৰা পাছত উপস্থিত হৈছে লোগাৰৰ ৰাজধানী ফুল- এ -আলমত ৷ আফগান চৰকাৰৰ বাবে এয়া অতি বিপজ্জনক ৷ কিয়নো ফুল_এ- আলম দেশখনৰ ৰাজধানী কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত…
তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?
তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷ তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ চহৰ…
ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?
ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷…
দেশৰ সৰ্ববৃহৎ ৰাজ্যৰ নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কংগ্ৰেছ দল ?
দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত হেৰুওৱা ভেটি উদ্ধাৰৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে ৷ বিগত কেবাটাও নিৰ্বাচনত ৰাজ্যখনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলে এইবাৰ কোনো সহযোগী দল নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ উত্তৰ প্ৰদেশ…
টুইটাৰৰ বিৰুদ্ধে ইউ টিউবত কি ক’লে ৰাহুল গান্ধীয়ে ?
নিৰ্যাতিত কিশোৰীৰ পৰিয়ালৰ সৈতে উঠা ফটো আপলোড কৰাৰ পাছৰে পৰা টুইটাৰে ব্লক কৰি ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ৷তাৰ পাছত শুকুৰবাৰে ইউ টিউবৰ জড়িয়তে প্ৰচাৰিত এটা ভিডিওত ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেও কয়…
বিধানসভাত কিবা জ্বলিছে!
সততে শাসক-বিৰোধীৰ বাকযুদ্ধই উশৃংখলতাৰ ৰূপ পালে স্থগিত ৰখা হয় বিধানসভা৷কিন্তু আজি এটা ব্যতিক্ৰম কাৰণত স্থগিত ৰাখিব লগা হল বিধানসভা৷ কার্যসূচী অব্যাহত থকাৰ মাজতে কিবা জ্বলাৰ গোন্ধ ওলাল বিধানসভাৰ মজিয়াত৷সেইবাবেই বৈদ্যুতিক তাঁৰ পোৰাৰ সন্দেহত ১৫…
মাতৃভূমিত উপস্থিত হৈ কি কৰিব বিচাৰে লাভলীনাই ?
অলিম্পিকত দেশৰ বাবে গৌৰৱ কঢ়িয়াই মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে সাংবাদিকৰ আগত ব্যক্ত কৰিলে নিজৰ মনৰ ইচ্ছা ৷হোটেল তাজ ভিভান্টাত সাংবাদিকৰে মুখামুখি হৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে কয় যে তেও অসমৰ শিশু প্ৰতিভাসকলক…