Browsing Category
শীৰ্ষ সংবাদ
বিজেপিলৈ নাযায় সুস্মিতা দেৱ , যোগ দিব কোন দলত ?
প্ৰাক্তণ সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ পশ্চিমবংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি তেও তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ সোমবাৰে ছোনিয়া গান্ধীলৈ…
২০ বছৰৰ আফগান যুদ্ধ সামৰি কিয় খালী হাতেৰে উভতিল আমেৰিকা ?
৯/১১ ৰ ভয়ংকৰ আক্ৰমণৰ পাছত আমেৰিকা প্ৰতিশোধ পৰায়ণ হৈ উঠিল ৷ আল-কায়দা আৰু তালিবানৰ নেক্সাছৰ আলম লৈ নিশাৰ ভিতৰতে সৈন্যসামন্ত লৈ প্ৰৱেশ কৰিলে আফগানিস্তানত ৷ তাৰ পাছত সুদীৰ্ঘ ২০ টা বছৰৰ অবিৰাম যুদ্ধ ৷ ব্যয় হ’ল কৌটি কৌটি ডলাৰ ৷ হাজাৰ হাজাৰ সৈনিক…
কিয় কংগ্ৰেছৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ?
কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ৷পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ৷
টুইটাৰতো নিজকে প্ৰাক্তন কংগ্ৰেছী আখ্যা সুস্মিতা দেৱৰ৷
আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত ভাৰত দোমোজাত কিয় ?
একৈশ বছৰৰ পাছত আকৌ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে আফগানিস্তান ৷ আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে তেও নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে ৷ সংবাদ…
তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?
আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক…
তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?
কাবুলত প্ৰৱেশ কৰাৰ পাছতে প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷
ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম…
আপুনি কোনটো চাকৰি পালে – প্ৰধানমন্ত্ৰীক এইদৰে কিয় উভতি ধৰিলে ৰাহুল গান্ধীয়ে ?
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছৰ মতে দেশবাসীক ক’বলৈ চৰকাৰৰ ওচৰত নতুন কথা একো নাই ৷ পুৰণি জুমলাই তেওলোকে নতুনকৈ ঘোষণা কৰিছে ৷…
মুম্বাই-গোৱাৰ দৰে গুৱাহাটীতো ৰেভ পার্টী- ৰঙাঘৰৰ আলহী ১৭ যৱক-যুৱতী
মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ'ল ১৭ গৰাকী যুৱক-যুৱতী।
মুম্বাই-গোৱা আদি ৰাজ্যৰ দৰে এইবাৰ গুৱাহাটী মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল ১৭ গৰাকী যুৱক-যুৱতী।খাৰঘূলিৰ বিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ লোকজনৰ ঘৰত…
স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ
ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ৷ঠাইভেদে প্ৰতিঘন্টাত ২০ অথবা ৪০ কিলোমিটাৰ অতিক্ৰম কৰিলেই দুই হাজাৰ টকা জৰিমনা বিহিছিল পৰিবহন বিভাগে৷ বিষয়টোক লৈ ব্যাপক সমালোচনা অব্যাহত থকাৰ মাজতে স্পীড লিমিট ৬০…
গৰু সুৰক্ষিত হল,সুৰক্ষিত নহল সীমান্ত!
গো সুৰক্ষিত হল৷সুৰক্ষিত নহল সীমান্ত৷কালি বিধানসভাত গৃহীত হল গো সুৰক্ষা বিধেয়ক৷সৰল অর্থত অসম চৰকাৰে সুফক্ষা নিশ্চিত কৰিলে গৰুৰ৷কিন্তু গৰুৰ সুৰক্ষা নিশ্চিত কৰা চৰকাৰে নিশ্চিত কৰিব পৰা নাই সীমান্তৰ সুৰক্ষাৰ৷সেইবাবেই সৌ সিদিনা অসম আৰক্ষীৰ ৬…