সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত

অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷…

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা। ১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।

উটি গ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা হাতীমূৰা মথাউৰি

দ্য ক্ৰছকাৰেণ্টে লাভ কৰা তথ্য অনুসৰি, কলিয়াবৰৰ যি হাতীমূৰা মথাউৰি পানীয়ে উটুৱাই নিলে, সেই মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল খোদ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত৷ নাবাৰ্ডৰ সাহায্যপ্ৰাপ্ত আৰ আই ডি এফ আঁচনিৰ অধীনত ৰাজ্য…

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত…

EXCLUSIVE : কোভিড ভেকচিন মৃত্যুদূত আছিল নেকি ?

গৌতম প্ৰতিম গগৈ বহুতৰ বাবে মৃত্যুদূত হৈ পৰিছে নেকি কোভিড ভেকচিন? কোভিশ্বিল্ড ভেকচিনৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া সংঘটিত হ'ব পাৰে বুলি ইংলেণ্ডৰ আদালতত স্বীকাৰোক্তি দিছে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান AstraZeneca-য়ে৷  কিন্তু  ভেকচিন লোৱাৰ…

চৰম প্ৰৱঞ্চনাঃ প্ৰধানমন্ত্ৰীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

পেকেজৰ নামত প্ৰতাৰণা। ২০১৭ ৰ ১ আগষ্টত উত্তৰ পূৱৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।

বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল -…