সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Breaking News

EXCLUSIVE :পশ্চিমবংগ আৰক্ষীৰ চমন পোৱা অশোক ধানুকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী

ঝাৰখণ্ডৰ বিধায়ক কিনা বেচা সংক্ৰান্তীয় গোচৰত পশ্চিমবংগ আৰক্ষীৰ চমন লাভ কৰিছে গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাই ৷ ধানুকাক সোমবাৰে কলকাতাত চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ বাতৰি অনুসৰি , পশ্চিমবংগৰ পৰা অহা চি আই ডিৰ দলটো…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত…

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে) কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু…

ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”

চীনৰ পৰা ৫০ হাজাৰ পিপিই কীট ক্ৰয়ৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম। প্ৰশংসিত হৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিগত ১০ মাৰ্চত  দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই…

প্ৰস্ৰাৱ কৰি থকা অৱস্থাতেই শূন্য দূৰত্বৰ পৰা গুলী কৰি কেনেকৈ এনকাউন্টাৰ কৰা হৈছিল সুৰুজ গগৈক?

প্ৰস্ৰাৱ কৰি থকা অৱস্থাতেই শূন্য দূৰত্বৰ পৰা গুলী কৰি কেনেকৈ এনকাউন্টাৰ কৰা হৈছিল সুৰুজ গগৈক? ৰাইজৰ দলৰ বিস্ফোৰক অভিযোগ৷ https://youtu.be/2ouvcoFyl7I

ফাদিলঃ সোণোৱালৰ ঘনিষ্ঠ, আমোলা, সাহিত্যিকক লৈ ভুবন গামৰ ব্যৱসায়িক জাল

অসমৰ এগৰাকী শীর্ষতম ৰাজনৈতিক নেতা, এগৰাকী সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক, দুগৰাকী আইএএছ বিষয়া,ৰাজ্যিক বিজেপিৰ এগৰাকী উপসভাপতি, এগৰাকী এচিএছ বিষয়া আৰু মাজুলী বিধানসভা সমষ্টিৰ উপনির্বাচনৰ বিজেপি প্ৰার্থী ভুৱন গামৰ লগত উদ্বোধনৰ এবছৰৰ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান !

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ'ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।…

ডিব্ৰুগড ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন

সভ্য সমাজক লজ্জানত কৰি এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড ষ্টেট বেংকত শাৰী পাতি ৰৈ থকা অৱস্থাতেই যৌন নিৰ্যাতন বলি হয় এগৰাকী মহিলা। ঘটনাক লৈ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। লম্পট ব্যক্তি জনক গ্ৰেপ্তাৰৰ দাবী…