Browsing Category
Breaking News
Adani Group’s Fee Hikes at Guwahati Airport Spark Outrage, Impacting Airlines and Passengers
14 November,2024, The Crosscurrent: Since the Adani Group took over the management of Guwahati Airport landing, parking, and user development fees have surged, prompting concerns from airlines and passengers. The drastic fee hikes, more…
জলজীৱনৰ দুৰ্নীতিৰ ভয়ানক আখ্যানঃ দুৰ্নীতিৰ সহভাগী কলকাতা–হাৰিয়ানা-মুম্বাইৰ প্ৰতিষ্ঠান
বিশেষ প্ৰতিবেদন, দ্য ক্ৰছকাৰেণ্টঃ জলজীৱন আঁচনিৰ ৰূপাণত ৰাজ্যত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ যাৰ বাবে কেন্দ্ৰই বন্ধ কৰি দিছে অসমৰ জলজীৱন আঁচনিৰ ধন৷ পৰিণতিত সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিছে জলজীৱনৰ ৰূপায়ণ৷ জলজীৱনৰ ৰূপায়ণত সংঘটিত ভয়ংকৰ অনিয়মৰ এই তথ্য…
নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ
২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷
অত্যুৎসাহী নহওক কংগ্ৰেছঃ আহ্বান বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ
২০২৪ চনৰ লোকসভা নির্বাচনে এইটো নিশ্চিত কৰা নাই যে কংগ্ৰেছে অকলে গোটেই খেলখন জিকিব পাৰিব৷অলপতে উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ মই ভাবোঁ, উপ-নির্বাচনত মিত্ৰদলক এখন দুখন আসন এৰি দিলে কংগ্ৰেছৰ ডাঙৰ ক্ষতি নহয়৷ ৰাজ্যৰ…
এটা MRIৰ বাবে ৰ’ব লাগে দুমাহ- কি চলিছে অসমৰ স্বাস্থ্যখণ্ডত?
জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷
PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত
অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷…
পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি
২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।
১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।
উটি গ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা হাতীমূৰা মথাউৰি
দ্য ক্ৰছকাৰেণ্টে লাভ কৰা তথ্য অনুসৰি, কলিয়াবৰৰ যি হাতীমূৰা মথাউৰি পানীয়ে উটুৱাই নিলে, সেই মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল খোদ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত৷ নাবাৰ্ডৰ সাহায্যপ্ৰাপ্ত আৰ আই ডি এফ আঁচনিৰ অধীনত ৰাজ্য…
ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী
বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS
বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ
গৌতম প্ৰতিম গগৈ
শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত…