Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস, এৰা নাই শিক্ষকতা ৷ উৎসাহৰ প্ৰতীক হৈ উঠিছে এগৰাকী স্কুল শিক্ষক ৷ লাডাখৰ এগৰাকী শিক্ষক ৷ নাম কিফায়ত হুছেইন ৷ লেহ জিলাৰ লেমডন মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গণিতৰ শিক্ষক ৷ এইগৰাকী ক’ৰোণাক্ৰান্ত শিক্ষক…
লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে ক’ৰোণা ভাইৰাছ, প্ৰাকৃতিক নহয়ঃ গাডকাৰী
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত হোৱা এক সাক্ষাতকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী নিতিন গাডকাৰীয়ে ক’ৰোণা ভাইৰাছৰ সৈতে সহৱস্থান কৰিবলৈ শিকাৰ কথা প্ৰকাশ কৰে। সাক্ষাত্কাৰত তেওঁ ইয়াকো কয় যে ক’ৰোণা ভাইৰাছ প্ৰাকৃতিক ভাইৰাছ নহয়। ইয়াক তৈয়াৰ কৰা গৈছে। এই…
এখন বজাৰৰ পৰাই সংক্ৰমিত হ’ল ২,৬০০ গৰাকী!
জনবহুল বজাৰত হোৱা ভিৰে ক'ৰোণাৰ সংক্ৰমন কি পর্যায়লৈ নিব পাৰে,তাৰ উদাহৰণ হ'ল, তামিলনাডুৰ পাইকাৰী বজাৰ কোয়মবেদু৷ এইখন পাইকাৰী বজাৰত সন্দেহজনকসকলক টেষ্ট কৰাৰ পিছত আহিছে ২,৬০০ জনৰ পজিটিভ ৰিপ'র্ট৷ বহুজনৰ ৰিপ'র্ট আহিবলৈ এতিয়াও বাকী৷ গতিকে সংক্ৰমনৰ…
লকডাউন : বঞ্চিত ৫০% শিশু
ক’ৰোনাৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ সময়ত ভয়ানক চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হৈছে শিশু আৰু অভিভাৱকসকল৷ লকডাউনৰ সময়ছোৱাত প্ৰায় ৫০ % শিশু টীকাকৰণৰ পৰা বঞ্চিত হ’ল৷ মাক -দেউতাকে শিশুসকলক টীকা প্ৰদানৰ বাবে সময়মতে স্বাস্থ্যকেন্দ্ৰলৈ…
চিৰদিনৰ বাবে থাকি যাব ক’ৰোনা ভাইৰাচ !
ক'ৰোনা ভাইৰাচক লৈ পুনৰ সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক'ৰোনা ভাইৰাচ চিৰদিনৰ বাবে আমাৰ মাজত থাকি যাব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিষয়ৰ সঞ্চালক মাইক ৰায়ানে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদমেলত বুধবাৰে কয়- 'এই…
কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশসকলক কিয় সমলোচনা কৰা হয়-ৰঞ্জন গগৈ
"কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশ সকলকেহে কিয় সমলোচনা কৰা হয়? Activist Judge অথবা ব্যৱসায়িক কাম কাজত জড়িত হোৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকলক কিয় সমালোচনা কৰা নহয়?"-এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ।…
য়ুহানত পুনৰ গণ সংক্ৰমণৰ আশংকা
য়ুহানৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত বিগত মাহত লক্ ডাউন উঠাই দিছিল চীন প্ৰশাসনে। দোকান-বজাৰ, বিদ্যালয় খুলি দিছিল য়ুহানত। তাৰ পিছতেই এতিয়া পুনৰ নতুন শংকাই গা কৰি উঠিছে। যাৰফলত সামাজিক সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনাই দেখা দিছে। তথ্য অনুসৰি চীনত…
গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত
গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক'ৰোনাত আক্ৰান্ত হৈছে৷
সকলো কেইগৰাকী ইতিমধ্যে চিনাক্ত হোৱা ফেন্সী বজাৰৰ আক্ৰান্তজনৰ লগত জড়িত৷
আটাইকেইজন আছিল কোৱাৰিণ্টাইনত৷
টুইটযোগে এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷
Alert ~ 15 persons are…
পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ’ল গৰ্ভৱতী মহিলাই
পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ'ল গৰ্ভৱতী মহিলাই ৷ মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা পৰা মধ্যপ্ৰদেশলৈ সতনালৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত মহিলাগৰাকীয়ে জন্ম দিয়ে এক সন্তানৰ। মহিলাগৰাকীৰ ঘৰ মধ্যপ্ৰদেশলৈ সতনাত৷ স্বামীৰ সৈতে দুয়ো নাচিকত কাম কৰে…
প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে কি বৃৃৃৃহৎ পদক্ষেপ ল’লে ?
প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷ কালি ৰাতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল "আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ় দিয়াৰ লক্ষৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ২৪ ঘন্টা নৌহওঁতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ল’লে বৃহৎ…