Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ-…
১২১: অসমত আৰু ৬ জনৰ দেহত ক’ৰোনা
ৰাজ্যত পুনৰ ৬ জন লোক নতুনকৈ ক'ৰোনাত আক্ৰান্ত হৈছে ৷যোৰহাট , গোলাঘাটৰ ২ জনকৈ আৰু কোকৰাঝাৰ ,নগাৱৰ ১ জনকৈ লোক ক'ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ যোৰহাটৰ এজন চেন্নাইৰ পৰা আৰু আনজন দাৰ্জিলিঙৰ পৰা উভতি আহিছিল ৷ ৰাজ্যত এতিয়া মুঠ ক'ৰোনা আক্ৰান্তৰ…
ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত
এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷
যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷
দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷
ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত…
আজি ১৯ মে’ : ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব কি?
১৭৪৩ : পিয়েৰ ক্ৰিষ্টিনে আজিৰ দিনটোতে উদ্ভাৱন কৰিছিল ‘চেন্টিগ্ৰেড’ মানকৰ৷
১৮৯২: বহুচৰ্চিত নাট্যকাৰ অস্কাৰ ৱাইল্ডক দুবছৰীয়া কাৰাবাসৰ পিছত জেলৰ পৰা মুকলি৷ সমকামিতাৰ অপৰাধত তেওঁক এই শাস্তি দিয়া হৈছিল৷ সেই সময়ত ব্ৰিটেইনত সমকামিতা শাস্তিযোগ্য…
গুৱাহাটীত আৰু ৭ গৰাকী ক’ৰোনা ৰোগী, এজনৰ মৃত্যু
গুৱাহাটীত আজি নতুনকৈ ক'ৰোনাত সংক্ৰমিত হ'ল ৭ জনকৈ লোক৷ ইয়াৰে ৩ জন সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে আৰু ৩ গৰাকী ফাচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত৷ সৰুসজাইত থকা লোককেইজন বহি:ৰাজ্যৰ পৰা অহা ৷ আন এগৰাকী ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত…
তৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি
শেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী…
অসমত আৰু দুজনৰ দেহত ক’ৰোনা ,মুঠ ১০৪
অসমত পুনৰ বাঢ়িল ক'ৰোনা ৰোগী ৷ এইবাৰ গোলাঘাটৰ ২ গৰাকী ব্যক্তিৰ দেহত ক'ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ এতিয়ালৈ অসমত ক'ৰোনা অক্ৰান্তৰ মুঠ সংখ্যা হ'ল ১০৪৷
Alert ~ Two persons have tested #COVID19 + in Golaghat. ↗️Total cases 104↗️Recovered 41↗️Active…
১৬ মে’ত ভাৰত ক’ৰোনামুক্ত হোৱাৰ কথা কৈছিল কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিয়ে
১৬ মে'ত দেশত ক'ৰোনা আক্ৰান্তৰ সংখ্যা শূণ্য হ'ব।অৰ্থাৎ,১৬ মে'ৰ পিছত ভাৰত ক'ৰোনা মুক্ত হ'ব।যোৱা ২৪ এপ্ৰিলত এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। উল্লেখনীয় যে,ক'ৰোনা ভাইৰাছৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন এখন…
ৰেড জ’নৰ পৰা চলিছে ৬৬৮ খন শ্ৰমিক স্পেচিয়েল ৰে’ল
দেশৰ লাখ লাখ শ্ৰমিকৰ সীমাহীন বিলাই বিপত্তি দেখি অৱশেষত চৰকাৰে শ্ৰমিক স্পেচিয়েল ৰে’লৰ চলাচল আৰম্ভ কৰিলে৷ ৰে’ল বিভাগে ১ হাজাৰখন শ্ৰমিকৰ বাবে বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷ বিভাগটোৰ ফালৰ পৰা কোৱা হৈছে যে এই ৰে’লৰ জৰিয়তে মুঠ ৮ লাখ শ্ৰমিক…
অসমত ক’ৰোনা ৰোগীৰ মৃত্যু
অসমত ক'ৰোনা আক্ৰান্ত এজন লোকৰ আজি মৃত্যু হয় ৷ লোকজনৰ নাম গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ ৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আজি ৭১ বছৰীয়া লোকজনৰ মৃত্যু হয়৷ তেওঁকে ধৰি অসমত ক'ৰোনা আক্ৰান্ত মুঠ ৩ গৰাকী লোকৰ মৃত্যু হ'ল৷ উল্লেখ্য যে ,ডিঙিৰ কৰ্কট ৰোগত…