Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
কমসংখ্যক কোভিড-১৯ টেষ্ট কৰাৰ বাবে আদালতৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে তেলেংগনা চৰকাৰ। মংগলাবাৰে এটা জনস্বাস্থ্য সম্পৰ্কীয় শুনানিত হাইকৰ্টে কয় যে ৰাজ্য চৰকাৰে কমসংখ্যক টেষ্ট কৰি ক'ৰোনাক উপেক্ষা কৰিছে আৰু কমসংখ্যক কোভিড-১৯ৰ টেষ্টৰ বাবে অৰ্থনৈতিক…
ভাৰতে নিজৰ অৰ্থনীতি নিজেই ধ্বংস কৰিব নেকি?
'ভাৰতে নিজৰ অৰ্থব্যৱস্থা নিজেই শেষ কৰিব, যদিহে এইদৰে লক্ডাউনৰ মাত্ৰা অধিক বৃদ্ধি কৰি যায় ৷'- এইদৰে নিজৰ মত প্ৰকাশ কৰিছে ছুইডেনৰ এগৰাকী অধ্যাপকে । ছুইডেনৰ কাৰোলিন্স্কা ইনষ্টিটিউটৰ প্ৰফেছৰ জ'হান গিছেকিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে মত…
হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ পক্ষত বাৰে বাৰে কিয় ড’নাল্ড ট্ৰাম্প!
ক’ৰোনাৰ প্ৰতিষেধক হিচাপে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ সপক্ষে যুক্ত দি আহিছে ড’নাল্ড ট্ৰাম্পে। কেতিয়াবা যদি সেই ঔষধক ভগৱানৰ দান, কেতিয়াবা গেম চেঞ্জাৰ হিচাপেও অভিহিত কৰিছে। বিগত সপ্তাহত ট্ৰাম্পে প্ৰকাশ কৰিছিল যে তেওঁ নিয়মিত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ…
প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ গৃহ ৰাজ্যত যথেষ্ট পৰিমাণে হোৱা নাই ক’ৰোনা টেষ্টিং
ক'ৰোনাৰ সৈতে যুঁজিবলৈ ৰেপিড টেষ্টিং যে নিতান্তই প্ৰয়োজনীয়, সেই কথা বহুসময়ত ভিন্ন লোকে দাবী উত্থাপন কৰি আহিছে। অসমতো ব্যতিক্ৰম নহয়। শেহতীয়াকৈ পশ্চিমবংগৰ বিজেপিৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধেও এনে অভিযোগ তুলি ধৰি কয় যে…
স্থবিৰ হ’ব নেকি মিড্ ডে মিল, স্মাৰ্ট চিটী আঁচনিৰ লগতে বহু কেন্দ্ৰীয় আঁচনিৰ কাম!
ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত দেশৰ অৰ্থব্যৱস্থাত যথেষ্ট পৰিমাণে নেতিবাচক প্ৰভাৱ পৰিছে। ফলত চৰকাৰী বহু আঁচনিত বাধা আৰোপৰ সম্ভাৱনা আহি পৰিছে। প্ৰকৃতপক্ষে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুদান দিয়া আঁচনিসমূহৰ খৰচ বহন ৬:৪ অনুপাতত নিৰ্ধাৰণ কৰা হৈছ ।…
উত্তৰ প্ৰদেশৰ কোভিড-১৯ পজিটিভৰ ৬০শতাংশই প্ৰবাসী লোক
কোভিড-১৯ পজিটিভৰ সংখ্যাৰ তালিকাত উত্তৰপ্ৰদেশত প্ৰবাসী শ্ৰমিকৰ অৱদানেই সৰ্বাধিক। ৰাজ্যখনৰ চৰকাৰী তথ্য অনুসৰি আশাকৰ্মীসকলৰ দ্বাৰা স্ক্ৰীণিং টেষ্টৰ দ্বাৰা সংগ্ৰহ কৰা ৫৪,৮৪৯টা নুমনা অন্য ৰাজ্যৰ পৰা অহা লোকৰ। তাৰ ভিতৰত ১,৬৬৩টা পজিটিভ পোৱা গৈছে।…
মই মন্ত্ৰী, কোৱাৰেণ্টাইনত নাথাকো
আজি সোমবাৰৰ পৰা আৰম্ভ হল বিমানসেৱা। কেন্দ্ৰৰ নিৰ্দেশনা- বিমানৰ পৰা নমাৰ পিছতে থাকিব লাগিব প্ৰতিষ্ঠানিক কোৱাৰেণ্টীনত। কিন্তু এই নিয়মতো সাধাৰণ জনতাৰ বাবে। সেয়ে বাংগালুৰুত বিমানবন্দৰৰ পৰা নামিয়ে নিজা ব্যক্তিগত বাহনত উঠি পোনে পোনে নিজৰ ঘৰলৈ গল…
কোভিড-১৯ পৰীক্ষত সফল হৈছে চীন-দাবী বৈদেশিক মন্ত্ৰী ৱাং উইৰ
চীনতেই প্ৰথম কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছিল। তাৰ পিছত এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশতেই পৰিস্থিতি ভয়ানক। বিভিন্ন বাদ-বিবাদ চলি থকাৰ চীনে নিজৰ স্থিতি আৰু মত প্ৰকাশ কৰি আহিছে। তাৰমাজতে বিভিন্ন দেশে ইয়াৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে প্ৰস্তুতি…
নামাজৰ বাবে খুলি দিলে গীৰ্জাৰ দুৱাৰ
দেশত ক'ৰোনা ত্ৰাসত সন্ত্ৰস্ত হৈ পৰিছে জনসাধাৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৈনন্দিন জীৱন কটাবলগীয়া হৈছে জনসাধাৰণ। অসমত প্ৰথমে তবলীগি জামাতৰ অংশগ্ৰহণকাৰীৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কিন্তু ছ'চিয়েল মিডিয়াত কোভিড-১৯ সংক্ৰমণৰ…
“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”
সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক'ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক'ৰোনা ভাইৰাছ আৰু…