Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
কেৰেলাত সংঘটিত হোৱা হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এজন জগৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অনাৰসত ভৰাই থোৱা বিস্ফোৰক পদাৰ্থসমূহ ধৃত লোকজনে যোগান ধৰিছিল। অৱশ্যে ঘটনাৰ সৈতে আন কেইবাজনো জৰিতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।…
ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি
জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে…
বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাত পুনৰ বাধা
লিকুৱেৰ কিং বিজয় মালিয়াক ভাৰতলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই নতুন মোৰ লাভ কৰিছে। এই মাহতে ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৃহস্পতিবাৰে ব্ৰিটেইনৰ উচ্চস্তৰীয় কৰ্তৃপক্ষই কিছু আইনী প্ৰক্ৰিয়া বাকী আছে বুলি জনোৱাৰ পিছত এই মাহত বিজয় মালিয়াৰ…
মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে
ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক'ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য।…
ভাৰতত সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ শক্তি দুৰ্বলঃ ক’লে ICMRৰ বিজ্ঞানীয়ে
ভাৰতত হোৱা ক'ৰোনাৰ ভাইৰাছৰ নতুন তথ্য লাভ কৰিছে CSIRৰ বিজ্ঞানীয়ে । বিজ্ঞানীসকলৰ দাবী যে ভাৰতত সংক্ৰমণ হোৱা ক'ৰোনাৰ জিন দুৰ্বল। সেয়ে এই ঘাতক ভাইৰাছক সোনকালেই প্ৰতিহত কৰিব পৰা যাব। এইদৰেই প্ৰকাশ কৰিছে ভাৰতৰ CSIRৰ বিজ্ঞানীমহলে।
দেশৰ বিভিন্ন…
মৃত্যুৰ পূৰ্বেই গম পোৱাৰ পিছতো হাতীজনীৰ মৃত্যুৰ পিছতহে এজাহাৰ কিয়!
শেহতীয়াকৈ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে এক মৰ্মান্তিক ঘটনাই। জীৱশ্ৰেষ্ঠ মানুহৰ কোনো দুষ্ট চক্ৰই মাটি কঁঠালৰ মাজত ফটকা ভৰাই গৰ্ভৱৰ্তী হাতীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাত ক্ষুব্ধ হৈছে সচেতন তথা প্ৰকৃতিপ্ৰেমী মহল। উল্লেখ্য যে কেৰেলাৰ…
কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে মুকলি কৰিলে একাদশ-দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰ
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰিলে নতুন একাডেমিক কেলেণ্ডাৰ। NCERTৰ দ্বাৰা নিৰ্মিত কেলেণ্ডাৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৈক্ষিক কেলেণ্ডাৰ অনুযায়ী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক…
ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে
গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত।…
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ তেলৰ খাদত ফাঁটত মেলাৰ ফলত তেল নিগৰিত হৈ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বুধবাৰে ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ এটি দল ৰাওনা হৈছে অসমলৈ। প্ৰকাশিত বাতৰি অনুসৰি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয়…
ভাৰত-চীন যুদ্ধ নিশ্চিত নেকি?
ইতিমধ্যে ভাৰতীয় সেনাই চীনা সৈন্যৰ লগত শান্তি আলোচনাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছিল।বিগত সপ্তাহত দুয়োপক্ষৰ মেজৰ জেনেৰেল পয্যায়ত এখন শান্তি বৈঠকৰ পৰিকল্পনাঃ গ্ৰহণ কৰা হৈছিল।কিন্তু বিফল হৈছিল এই প্ৰচেষ্টা।অৱশ্যে যুদ্ধ নিশ্চিতি সম্পৰ্কেও কোনো…