Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
বিগত দিন কেইটাত খবৰ আহিছে যে উত্তৰ কোৰিয়াৰ তানাচাহ শাসক কিম জোং উন কিছু দিন ধৰি অসুস্থ অৱস্থাত আছে।তাৰ আগতেই এখন সাৰ্বজনিক সভাত তেওঁক দেখা পোৱা গৈছিল। আৰু তাৰ পিছৰে পৰাই তেওঁ অসুস্থ।দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম দায়ে জোংৰ লগতে প্ৰাক্তন…
এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত
এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত। কংগ্ৰেছত নতুন অধ্যক্ষ নিৰ্বাচিত কৰাক লৈ নেতাসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে দলটোৰ বহুকেইজন হাই প্ৰফাইল নেতাই হাই কামাণ্ডলৈ লিখা এখন পত্ৰই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই পত্ৰৰ পিছতে…
সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল
CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ'ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা যুক্ত দুখন কৈ হস্পিতাল…
নিজৰ টুইটৰ বাবে ক্ষমা নিবিচাৰে প্ৰশান্ত ভূষণে, আজি এক বিবৃত্তি যুগে উচ্চতম ন্যায়ালয়ক জনায় বিশিষ্ট…
প্ৰশান্ত ভূষণৰ বিৰুদ্ধে চলি থকা আদালত অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ে যোৱা ২০ আগষ্টত ভূষণক আজি অৰ্থাৎ সোমবাৰৰ ভিতৰত তেওঁৰ পূৰ্বৰ স্থিতি সম্পৰ্কে পুনৰ বিচাৰ কৰি আদালতত ক্ষমা বিচৰাৰ পৰামৰ্শ দিছিল। কিন্তু আজি বিশিষ্ট আইনজীৱি জনে এক বিবৃত্তি…
ভয়ংকৰ চাকৰি সংকটত ভাৰতবৰ্ষ:এসপ্তাহত চাকৰি বিচাৰি চৰকাৰী পৰ্টেলত পঞ্জীকৰণ কৰা ৭ লাখৰ মাত্ৰ ৬৯১ জনেহে…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১১ জুলাইত লন্স কৰা চৰকাৰী চাকৰিৰ পৰ্টেলটোত এই পৰ্য্যন্ত ৬৯ লাখতকৈও অধিক লোকে নিজৰ নাম পঞ্জীভূত কৰিছে। কিন্তু ইয়াৰ ভিতৰত চাকৰি লাভ কৰিছে তেনেই নগণ্য কেইজনমানেহে।
ই অনাগত দিন সমূহত মোডী চৰকাৰৰ সমুখত…
শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ বিজেপিত যোগদানক লৈ অস্বস্তিত গেৰুৱা দলটো
যোৱা কিছুদিন পূৰ্বে প্ৰায় শতাধিক শাহীনবাগৰ 'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে যোগদান কৰিছিল বিজেপিত। গেৰুৱা দলটোৰ বহুতো জ্যোষ্ঠ নেতাৰ উপস্থিতিত হোৱা এই যোগদান কার্যসূচীয়ে এতিয়া শলঠেকত পেলাইছে দলটোক।
শ্বাহীনবাগৰ এই প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদানৰ…
অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ২০২১ৰ নিৰ্বাচনত, কৃষক মুক্তিৰ নতুন দল গঠন
অখিল গগৈৰ নেতৃত্বত গঠন হ'ব ৰাজ্যত নতুন ৰাজনৈতিক দল। আজি সংবাদমেল যুগে এই কথা জানিব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই।
সংগঠনটোৰ নেতা ভাস্ক' দি শইকীয়াই জানিব দিয়া মতে দলটোৰ নীতি, আদৰ্শ, সংবিধান আদিৰ দৰে আটাইবোৰ গুৰুত্বপূৰ্ণ কাম…
আয়ুস মন্ত্ৰালয়ৰ বিষয়াই হিন্দী নজনা সকলক মিটিংৰ পৰা ওলাই যাবলৈ কোৱাক লৈ বিতৰ্ক
শেহতীয়াকৈ আয়ুস মন্ত্ৰালয়ৰ (Ministry of AYUSH) চেক্ৰেটাৰী বৈদ্য ৰাজেশ কটেচাৰ হিন্দী নজনা সকলক লৈ কৰা এক মন্তব্যই পুনৰ হিন্দী জাপি দিয়াক লৈ বিতৰ্কৰ সূচনা কৰিছে।
জানিব পৰা মতে আয়ুস মন্ত্ৰালয়ৰ এক ট্ৰেইনিং অনুষ্ঠানত চেক্ৰেটাৰী জনে হিন্দী নজনা…
দিল্লী পুলিচৰ ওচৰত দেৱাঙ্গনা কলিতাৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই: দিল্লী পুলিচে…
নৰ্থ ইষ্ট দিল্লী সাম্প্ৰদায়িক গোচৰত বৰ্তমান ন্যায়িক জিম্মাত থকা দেৱাঙ্গনা কলিতাৰ জামিনৰ বিৰোধিতা কৰি দিল্লী পুলিচে উচ্চ ন্যায়ালয়ক কয় যে তেওঁলোকৰ ওচৰত দেৱাঙ্গনা কলিতাই কোনো ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই।
এই কথা উচ্চ ন্যায়লয়ক…
পাকিস্থানৰ দৰে চীনৰ ক্ষেত্ৰতো কঠোৰ হ’ব ‘ভিছা'(visa)ৰ নিয়ম
ভাৰত আৰু চীনৰ মাজৰ কূটনৈতিক সম্পর্কৰ শেহতীয়াকৈ যি অৱনতি ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনৰ সংস্থান সমূহৰ লগত জড়িত ব্যক্তি সকলৰ ভিছাৰ (visa) ক্ষেত্ৰত নিয়ম কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
জানিব পৰা মতে চীনৰ লগত জড়িত থিংক টেংক,…