সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা…

অসমত AFSPA ৰ ম্যাদ পুনৰ ছয় মাহৰ বাবে বৃদ্ধি

অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) ৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ অসমক "অশান্ত অঞ্চল' বুলি ঘোষিত কৰাৰ পাছত অসমত AFSPA প্ৰযোজ্য কৰা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনে প্ৰকাশ কৰা এক বাতৰি অনুসৰী অহা ২৮…

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে। IndianOil ৰ ৱেবছাইটত…

উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰিলে প্ৰশান্ত ভূষণৰ আদালত অৱমাননা গোচৰৰ শাস্তিৰ ৰায়দান

আজি উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি শাস্তিৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে। আজিৰ শুনানীত এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে পুনৰ উচ্চতম ন্যায়ালয়ক ভূষণক ক্ষমা কৰি দিবলৈ আহ্বান জনায়। অৱশ্যে ন্যায়ালয়ে এই ক্ষেত্ৰত…

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজত NEET আৰু JEE পৰীক্ষা অনুস্থিত নকৰিবলৈ আহ্বান বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী…

বৰ্তমান সমগ্ৰ দেশ জুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি NEET আৰু JEE ৰ পৰীক্ষা পিছোৱাৰ যি দাবী উত্থাপন হৈছে তালৈ সমৰ্থন আগবঢ়াইছে বিশ্ব বিখ্যাত পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে। আজি টুইটাৰ যোগে থানবাৰ্গে NEET আৰু JEE পৰীক্ষা পিছোৱাৰ…

মহাৰাষ্ট্ৰত বিল্ডিং খহি ৬ জনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মাহাদ নামৰ এক আবাসীক অঞ্চলত বিল্ডিং এটা খহি পৰাৰ ফলত প্ৰায় ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৮ জন লোকক ঘটনাস্থলীৰ ধংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰায় ৪০ টা পৰিয়াল বসবাস কৰা বিল্ডিংটোৰ কালি বিয়লি ৬.৫০ বজাত ওপৰৰ তিনিটা…

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১৪ জন লোক নিহত

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণ। ইছলামিক সন্ত্ৰাসবাদীয়ে কৰা বোমা বিস্ফোৰণত প্ৰায় ১৪ জন লোক নিহত হয়। দেশখনৰ সামৰিক আৰু আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণত কমেও ৭৫ জন সৈন্য, আৰক্ষীৰ লোক আৰু অসামৰিক লোক আহত হয়। ফিলিপাইনৰ ছুলু প্ৰদেশৰ জল'…

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ'ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ…

সামৰিক বিকল্পই শেষ ভৰসা নেকি ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ!

বহুকেইটা কূটনৈতিক আলোচনাৰ পিছতো ভাৰত- চীনৰ মাজত চলি থকা সীমান্ত বিবাদৰ সমাধান এতিয়াও অনিশ্চয়তাৰ গৰ্ভত। এনে এক জটিল সময়তে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ শেহতীয়া মন্তব্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিপিন ৰাৱতে ANI নামৰ নিউজ…

নিষিদ্ধ হ’ল অসমীয়া ধাৰাবাহিক ‘বেগমজান’

অসমীয়া ধাৰাবাহিক 'বেগমজান'ক নিষিদ্ধ ঘোষণা কৰিছে অসম চৰকাৰে। ৬০ দিনৰ কাৰণে মহানগৰ আৰক্ষী আয়ুক্তই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ কৰি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে,বেগমজান নামৰ অসমীয়া ধাৰাবাহিক খনৰ বিৰুদ্ধে সদৌ অসম ব্ৰাহ্মীন…