Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ক'ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দেশত বন্ধ হৈ আছিল বিশ্ববিদ্যালয়সমূহ। যাৰ ফলত গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ গৱেষণা পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) য়ে গৱেষণাপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত…
কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে।
দেশত কৃষকৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্ববাসীয়ে কৃষক বিদ্রোহক লৈ তীব্ৰ সমৰ্থন আগবঢ়াইছে। আৰু এই কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে। কৃষি আইনৰ বিৰোধীতাত ৰাষ্ট্ৰপতি ৰামনাথ…
দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক।
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক। ক'ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু প্ৰতিষেধকক লৈ আলোচনা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ত। এই আলোচনাত বহিছে বিশ্বৰ বিভিন্ন দেশ, সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্ব।…
MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান।
MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। 'Spice king' খ্যাত মহাশয় ধৰমপাল গুলাটীয়ে আজি পুৱা চানান দেৱী হাস্পাতালত ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ১৯২৩ চনত পাকিস্তানৰ শিয়ালকাটাত জন্ম গ্ৰহণ কৰিছিল গুলাটীয়ে। পিতৃৰ মছলা ব্যৱসায়ৰ…
ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন
ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন। সাগৰ শীৰ্ষক পদক্ষেপৰ অংশৰূপে ভাৰতে ছাবমেৰিন প্ৰেৰণৰ কথা নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰা মতে 'INS সিন্ধুবীৰ' নামৰ কিলো শ্ৰেণীৰ ছাবমেৰিন খন প্ৰেৰণ কৰিব…
য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী
"অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। "
ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি "বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ" বুলি ভাবি…
ডিজিটেল প্লেটফৰ্মত বুঢ়ী আইৰ সাধু
পৃথিৱীত ডিজিটেল যুগৰ আৰম্ভণি ইতিমধ্যেই হৈছে৷ বেছিসংখ্যক বৃত্তিগত দায়িত্বই এতিয়া কম্পিউটাৰতেই সম্পাদিত কৰা হয়৷ তদুপৰি ঘৰুৱা বা একান্তই নিজস্ব সময়বোৰো মানুহে এতিয়া বেছিভাগ সময় ডিজিটেল দুনিয়াত ভ্ৰমন কৰি ফুৰিবলৈ ধৰিছে ফেচবুক, টুইটাৰ আদি সামাজিক…
ৰাষ্ট্ৰসংঘৰ ECOSOC ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত
ৰাষ্ট্ৰসংঘৰ Economic and Social council (ECOSOC ) ৰ সদস্য ৰূপে নিৰ্বাচিত হ'ল ভাৰত। ৪ বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কমিচন অন ষ্টেটাছ অৱ ৱমেনৰ সদস্য ৰূপে থাকিব ভাৰতবৰ্ষ। ২০২১ চনৰ পৰা ২০২৫ চনলৈ এই আয়োগৰ সদস্যৰূপে থাকিব ভাৰতবৰ্ষ। আৰু এই কথা টুইটাৰ যোগে…
সাম্প্ৰতিক (৫): ৰাজনৈতিক/অৰাজনৈতিক-বিশ্বজিৎ বৰা
"এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক…
ৰাজ্যত চাৰিখন নতুন মেডিকেল কলেজৰ অনুমোদন
আজি অসম চৰকাৰে ৪ খন নতুন মেডিকেল কলেজৰ অনুমোদন দিছে। আজি এক সংবাদমেল যুগে এই কথা ঘোষণা কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৪ খন মেডিকেল কলেজৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে প্ৰায় ২৫০০ কোটি টকা।গোৱালপাৰা, গুৱাহাটী, চৰাইদেও আৰু বিশ্বনাথত এই চাৰিখন…