Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
নগাঁৱত জনস্বাস্থ্যৰ প্ৰতি ভয়ানক ভাবুকিৰ সৃষ্টি হৈছে।জিলাখনত গুণগুত মান নিৰূপিত নোহোৱাকৈয়ে বজাৰত বিক্ৰী হৈ আছে খাদ্য সামগ্ৰী।*Batch no, fssai ৰ লাইচেঞ্চ, পেকিং ডেট অবিহনেই বজাৰত বিক্ৰী হৈ আছে বেকাৰীৰ সামগ্ৰী।নগাঁৱৰ একাংশ বেকাৰীয়ে…
চাহ খায় কৰা চৰ্চা বিফল,এইবাৰ টিফিন খাব বিজেপিয়ে !
২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ মাজত আছে প্ৰায় ন মাহ। এই নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। লগতে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুতৰ কাম। সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে প্ৰায় দহ ঘণ্টা লোকসভা নিৰ্বাচনৰ…
২৪ ঘণ্টা থাকিব?আহেহে ২৪ ঘণ্টাত এবাৰ !
অসমৰ ৰাইজে বিজুলী নাপায় !আধা ঘন্টা ফেন চলায় আকৌ দুঘন্টা ৰব লাগে বিজুলীৰ বাবে! অসমৰ ৰাইজক ২৪ ঘন্টা বিজুলী দিব নোৱাৰে শক্তি বিভাগে!চৰকাৰৰ ২৪ ঘন্টা বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ !অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ হ'ল ।বছৰ বছৰ পাৰ হৈ গ'ল কিন্তু…
ড্ৰীমগাৰ্লে Bye Bye দিব বিজেপিক !
২০২৪ লৈ মনত পৰিলেই টেনচন বাঢ়ে বিজেপিৰ।কাৰণ প্ৰতিখন ৰাজ্যতেই বিজেপিৰ গতিগোত্ৰ ভাল নহয়।বিজেপি শাসিত ৰাজ্যবোৰত নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ। মধ্য প্ৰদেশ,তেলেংগানা,অসম,মণিপুৰ,ত্ৰিপুৰা,ৰাজস্থান সকলোতে বিজেপি নেতৃত্বৰ…
দুৰ্নীতিৰ বোকাত পোত গৈছে মুখ্যমন্ত্ৰীৰ শুৱালকুচি !
দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল PMAYৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈছে খোদ মুখ্যমন্ত্ৰীৰ শুৱালকুচিত।প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে কামৰূপৰ হাজো উন্নয়ন খণ্ডত। ৮৪ নং লাহ ,কয়াটোল,…
বিসম্বাদৰ জুই নুমুৱাবলৈ ভূপাল পালেগৈ ড° হিমন্ত বিশ্ব শৰ্মা !
মধ্যপ্ৰদেশৰ ৩৪ জনীয়া মন্ত্ৰীসভাত দুটা ফৈদৰ বিভাজন স্পষ্ট৷ভয়ংকৰ বিসম্বাদে গা কৰি উঠিছে মধ্য প্ৰদেশত।নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ।তেওঁৰ বিৰুদ্ধেই তীব্ৰ ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী…
মূলসুঁতি লৈ উভতি পস্তাইছে উগ্ৰপন্থীয়ে !
হাইলাকান্দিৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থী সকলৰ ক্ষোভ ।৬ মাহ পিছতো পূৰণ নহল দাবী ।১২ ডিচেম্বৰ ২০২২ । সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি জীৱনৰ মূল সূঁতি লৈ উভতি আহিছিল বৰাক উপত্যকাৰ দুটা উগ্ৰপন্থী সংগঠন ।১৬ বছৰীয়া সংগ্ৰামৰ অন্তত অস্ত্ৰ সমৰ্পন কৰিছিল ব্ৰু…
কাৰ ষড়যন্ত্ৰত জ্বলিছে মণিপুৰ ?
জুই , ধোঁৱা আৰু আৰ্তনাদে ছানি ধৰিছে সমগ্ৰ মণিপুৰ । এম্বুলেন্সত জ্বলাই দিয়া হৈছে মাতৃ- সন্তানক । ঘৰে ঘৰে জ্বলিছে জুই । ভাতৃঘাটী আক্ৰমণত নিহত হৈছে শ শ লোক । কিন্তু নিমাত , মৌন প্ৰধানমন্ত্ৰী মোদী । মণিপুৰ জ্বলি আছে , নিৰ্বিকাৰ দিল্লীৰ প্ৰভু ।…
বিজেপিৰ বিৰুদ্ধে এজনেই প্ৰাৰ্থী হ’ব বিৰোধীৰ !
লোকসভা নিৰ্বাচনৰ সময়ত হ’বলগীয়া মিত্ৰতাক লৈ অসমত তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে।মিত্ৰতাৰ বিষয়টো আলোচনা কৰিবলৈকে তেজপুৰত কংগ্ৰেছৰে বহিল অজাপ – ৰাইজৰ দল। মিত্ৰতাৰ বল এতিয়া কংগ্ৰেছৰ কোৰ্টত । মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পাৰিবনে কংগ্ৰেছে ?সমাগত লোকসভা…
অতি দৰ্পে হত বিজেপি !
বাৰিষাৰ খহনীয়াৰ দৰেই খহিছে অসম বিজেপি !ৰাজ্যৰ জিলাই-জিলাই বিজেপিত অন্তঃকন্দল ! বাৰিষাৰ লুইতৰ গৰা খহাদি খহিয়েই আছে অসম বিজেপি।এইবাৰ বজালী বিজেপিত জ্বলিছে বিসম্বাদৰ জুই। নলবাৰী, বঙাইগাঁও, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰৰ পাছত এইবাৰ বজালীত…