Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
বিগত এবছৰ ধৰি ভাৰত – চীনৰ মাজত অব্যাহত আছে সীমাকেন্দ্ৰিক বিবাদ৷ তাৰ মাজতে এইবাৰ বেইজিঙক চাপত ৰখাৰ বাবে আন এক কৌশল হাতত লৈছে নতুন দিল্লীয়ে ৷ এই কৌশল অনুসৰি ভাৰতীয় নৌ-সেনাৰ ইষ্টাৰ্ণ ফ্লিটৰ টাস্ক ফোৰ্চক দক্ষিণ পূৱ এছিয়াৰ দক্ষিণ চীন সাগৰ আৰু…
টকিঅ’ অলিম্পিক : হকীত স্বৰ্ণজয়ৰ আশা নিৰ্বাপিত ভাৰতৰ
টকিঅ' অলোম্পিকৰ পৰা আহিল এটা বেয়া খবৰ ৷ পুৰুষৰ হকীৰ ছেমিফাইনেলত পৰাজিত হ'ল ভাৰত ৷ বেলজিয়ামৰ লগত ২-৫ গ'লৰ ব্যৱধানত পৰাজিত হ'ল ভাৰত ৷ ইয়াৰ লগে লগে স্বৰ্ণজয়ৰ সম্ভাৱণা নিৰ্বাপিত হ'লেও পদকৰ আশা শেষ হৈ যোৱা নাই ৷ ব্ৰঞ্জৰ বাবে পৰৱৰ্তী খেলত অৱতীৰ্ণ…
ভাৰতৰ হকী দলক বছৰি ২০ কৌটিকৈ টকা দিয়া মুখ্যমন্ত্ৰীগৰাকী
টকিঅ' অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলেই ইতিহাস ৰচনা কৰিছে ৷ ৪১ বছৰৰ বিৰতিত ভাৰতৰ মহিলা হকী দলে আজি প্ৰৱেশ কৰিছে অলিম্পিকৰ ছেমি ফাইনেলত ৷ তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি মহিলা হকী দলটো ছেমি ফাইনেললৈ ধাৱমান হয় ৷…
লাফিকুলক কোনে হত্যা কৰিছিল ?
এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে চি বি আয়ে ।
চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ'ল - ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী।
এই তিনিওজন…
কটনত নামভৰ্তিৰ বাবে বহিব লাগিব প্ৰৱেশ পৰীক্ষাত
কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হ'ব লাগিব প্ৰৱেশ পৰীক্ষাত ৷ এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে৷ সংবাদমাধ্যমক তেও জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ…
নতুন এছ অ’ পিত কি কি নতুন ঘোষণা ?
ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হ'ব নতুন এছ অ' পি ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ' পি সন্দৰ্ভত জানিবলৈ দিয়া মতে -
ৰাজ্যৰ সকলো জিলাৰ পৰা প্ৰত্যাহাৰ হ'ব সান্ধ্য আইন ৷
সন্ধিয়া ৪ বজালৈ দোকান - বজাৰ খোলা থাকিব আৰু ৫ বজাৰ পৰা…
খেলা হ’ব ত্ৰিপুৰাত : অভিষেক বেনাৰ্জীৰ গাড়ীত আক্ৰমণ
এইবাৰ খেলা হ’ব ত্ৰিপুৰাত ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত অভাবনীয় সফলতা লাভ কৰাৰ পাছত তৃণমূল কংগ্ৰেছ প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে ৷ বংগৰ বাহিৰতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে ৷ প্ৰথম লক্ষ্য হিচাপে লৈছে উত্তৰ…
বিলুপ্ত হ’ব নেকি বি পি এফ দল ?
ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?বিলুপ্ত হ’ব নেকি বি পি এফ ? এই প্ৰশ্নবোৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত সঘনে চৰ্চিত হ’বলৈ ধৰিছে ৷ কিয়নো ,কোকৰাঝাৰৰ পৰা দিছপুৰলৈ ক’তোৱেই এতিয়া হাগ্ৰামা মহিলাৰীৰ অস্তিত্ব বিচাৰি পাবলৈ নাই ৷ সৌ সিদিনালৈকে ৰাজ্যৰ…
কি হব থাওৰা উপ নির্বাচনত?কি হব কুশল দুৱৰীৰ,কোন হব বিৰোধীৰ প্ৰার্থী?
দুবেলা দুমুঠি খাবলৈ নাপালেও কংগ্ৰেছ দল ত্যাগ নকৰো৷এই বাণী আছিল প্ৰাক্তন কংগ্ৰেছী নেতা সুশান্ত বৰগোহাঁইৰ৷সুশান্ত বৰগোহাইৰ এতিয়া খাবলৈ অভাব নাই৷কাৰণ ২ কোটি ১৯ লাখ টকা সম্পত্তিৰ গৰাকী এতিয়া সুশান্ত বৰগোহাই৷কিন্তু তাৰপিছতো কালি সুশান্ত…
অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?
ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই।
কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক…