নতুন এছ অ’ পিত কি কি নতুন ঘোষণা ?

Share This Article

ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হ’ব নতুন এছ অ’ পি ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ’ পি সন্দৰ্ভত জানিবলৈ দিয়া মতে –

  • ৰাজ্যৰ সকলো জিলাৰ পৰা প্ৰত্যাহাৰ হ’ব সান্ধ্য আইন ৷
  • সন্ধিয়া ৪ বজালৈ দোকান – বজাৰ খোলা থাকিব আৰু ৫ বজাৰ পৰা কাৰ্ফিউ বলবৎ হ’ব ৷
  • গোলাঘাট আৰু লখিমপুৰত ১ বজালৈ দোকান খোলা ৰাখিব পাৰিব ৷
  • অহা ৭ আগষ্টৰ পৰা সন্ধিয়া ৬ বজালৈ দোকান খোলাৰ অনুমতি দিয়া হ’ব ৷
  • ১৬ আগষ্টৰ পৰা আন্ত:জিলা যাতায়ত মুকলি কৰি দিয়া হ’ব ৷
  • পৰিস্থিতিৰ অধিক অৱনতি নঘটিলে ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় – মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব ৷
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.