Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগত দীঘলীয়া সময় আলোচনা কৰে ৷ প্ৰায় ৪৫ নিনিট সময়ৰ আলোচনাত দুয়োখন দেশৰ মুৰব্বী দুগাৰকীয়ে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ…
১০০ কৌটিৰ ভূ- সম্পত্তি ক্ৰয় কৰি গ্ৰেপ্তাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ স্বামী
সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল ৰাজপত্ৰিত চৰকাৰী বিষয়া ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে উৎসবিহীন সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এচিএছ বিষয়াগৰাকী হৈছে ছইবৰ ৰহমান ৷ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত…
মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ কোন কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰৰ পথত ?
মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ বিপদত পৰিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী নাৰায়ণ ৰানেক মহাৰাষ্ট্ৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে ৷ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷নাৰায়ণ…
লক্ষ্য ৬ লাখ কৌটি : ক’ৰ পৰা কিমান উপাৰ্জন কৰিব মোদী চৰকাৰে ?
ক'ভিডক কেন্দ্ৰ কৰি বিগত দুটা বছৰ ধৰি দেশত দেখা দিছে অৰ্থনৈতিক মন্দাৱস্থাই। দীঘলীয়া তলাবন্ধই বিধ্বস্ত কৰিছে অৰ্থনৈতিক পৰিকাঠামো। আৰ্থিক অৱস্থাই জুৰুলা কৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে…
তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?
আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া…
তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব নেকি মাছুদ?
তালিবানে সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে শাসনভাৰ হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। দুৰ্ধৰ্ষ তালিবানে দখল কৰি গৈছে আফগানিস্তানৰ ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ চহৰ। কিন্তু তাৰ মাজতে দেশখনৰ পাঞ্জশিৰ উপত্যকাত বিৰোধৰ সন্মুখীন…
শিৱসাগৰৰ হোটেলত নিশা কি কথা পাতিলে অখিল গগৈ আৰু ভূপেন বৰাই ?
উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷সোমবাৰে নিশা শিৱসাগৰৰ এখন হোটেলত দুয়োটা দলৰ নেতা দুগৰাকীয়ে প্ৰায় দুঘন্টা সময় ধৰি আলোচনা কৰে ৷ এই আলোচনাত…
লীজত দিব ৰাজহুৱা খণ্ডৰ সম্পত্তি : ক’ৰ পৰা কিমান ধন সংগ্ৰহৰ লক্ষ্য ?
সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে চাৰি বছৰীয়া নেচনেল মনিটাইজেশ্বন প্লেন ৷ এই পৰিকল্পনা অনুসৰি ৰাজহুৱা খণ্ডত থকা সম্পত্তি লীজত দি ভাৰত চৰকাৰে চাৰি বছৰত ৬ লাখ কৌটি ধন ঘটাৰ লক্ষ্য লৈছে ৷ লীজত দিবলগীয়া সম্পত্তি সমূহৰ ভিতৰত আছে পথ…
কংগ্ৰেছত নতুন বিবাদ : মুখ্যমন্ত্ৰীত্বক লৈ কাৰ সংঘাত তুংগত উঠিছে ?
অন্তৰ্কন্দলে খুলি খুলি খাইছে কংগ্ৰেছ দলক ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে হাইকামাণ্ডে অশেষ কষ্ট কৰিবলগীয়া হ’ল ৷ সাময়িকভাৱে এই বিবাদ শাম কাটিছে যদিও এইবাৰ চট্টিছগড়ত নতুন বিবাদৰ উকমুকনি…
ধৰ্ম ঘৰত ৰখাই ভালঃ কিয় ক’লে প্ৰাক্তন ন্যায়াধীশে?
২১ আগষ্টত অৱসৰ গ্ৰহণ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ নকভিয়ে। কিন্তু বিদায় ভাষণত বহু কথাই কৈ বহু কথাই কৈ গ'ল প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে। নকভিয়ে জনসাধাৰণক সাংবিধানিক মূল্যবোধ ৰক্ষা কৰিবলৈ আৰু দৃঢ় ভাৱে ধৰ্মনিৰপেক্ষ হ'বলৈ…