সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশত বাছ ৰাজনীতিৰ গৰম বতাহ :৫০ হাজাৰ ফেচবুক লাইভ

শ্ৰমিকৰ বাবে কংগ্ৰেছে আগবঢ়োৱা বাছক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছে দিয়া বাছৰ তালিকাত অন্য বাহনৰ নম্বৰ থকাৰ অভিযোগ তুলি লক্ষ্ণৌ আৰক্ষীয়ে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অজয় কুমাৰ লল্লুৰ বিৰুদ্ধে গোচৰ…

প্ৰব্ৰজিত শ্ৰমিকৰ মৰ্মবেদনা

"অসম চৰকাৰে ৰাজ্যখনত অৰ্থনৈতিক উন্নয়ন সাধন কৰাত ব্যৰ্থ হোৱাৰ লগতে কৰ্ম সংস্থাপন সৃষ্টি কৰিব নোৱাৰাৰ বাবেই এইসকল যুৱক যুৱতী এনেদৰে বহিৰাজ্যলৈ যাব লগা হৈছিল ৷ তেওঁলোকে পঠিওৱা পইচাৰে অসমৰ বহু পৰিয়ালৰ চৌকাৰ জুই জ্বলিছিল, সেই পইচাই আমাৰ অৰ্থনীতি…

ভাৰতত ৫ কৌটি লোকৰ পৰা বিয়পিব ক’ৰোনা : আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ তথ্য

ভাৰতৰ ৫ কৌটিতকৈও অধিক লোকৰ পৰা আনৰ দেহলৈ ক’ৰোনা সংক্ৰমণৰ সম্ভাৱনা আছে ৷এই লোকসকলৰ ঘৰত হাত ধোৱাৰ সুব্যৱস্থা নথকাৰ বাবেই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ আমেৰিকাৰ ৱাশ্বিঙটন ইউনিভাৰ্চিটীৰ ইন্সটিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্যন বিভাগৰ…

ৰাজ্যত ১৭০ লৈ বৃদ্ধি কৰোনাত আক্ৰান্তৰ

১৩ গৰাকী নতুন কৰোনা আক্ৰান্ত চিনাক্ত হল অসমত ৮ জন হোজাইৰ ২ গৰাকী শোণিতপুৰৰ ১ গৰাকী কৈ কামৰূপ মেট্ৰ, কামৰূপ আৰু নগাঁওৰ Alert ~ 13 new cases of #COVID19 + confirmed. Break-up ~ 8 from Hojai; 2 from Sonitpur; 1 each from Kamrup Metro,…

সীমা সংঘাতৰ মুখলৈ ভাৰত নেপাল

পুনৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰিলে নেপালে ৷ ভাৰতৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চলক নিজৰ মানচিত্ৰত অন্তঃৰ্ভুক্ত কৰিছে নেপালে ৷ মন্ত্ৰীসভাৰ এক বৈঠকৰ পাছত নেপাল চৰকাৰৰ মুখপাত্ৰ আৰু যুৱৰাজ খাটিৱানাদাই জনাইছে এই এই দাবী অনতিপলমে…

কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!

দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক'ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ…

গাহৰি, খাদ্যাভ্যাস, বিহু আৰু অন্যান্য প্ৰসংগ

"বাক্যে- বচনে সকলোৱে নতুন প্ৰজন্মক চাকৰিমূখী নহৈ সৰু বৰ ব্যৱসায়ত নামিবলৈ উৎসাহ দিলেও নিজৰ বাহিৰে আনৰ ক্ষেত্ৰতহে দিয়ে৷ নিজৰ সন্তানক  সৰু-সুৰা ব্যৱসায়ত নামিবলৈ উৎসাহ আৰু সাহস কমেইহে দিয়ে৷" …

ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

মন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট,ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক'ৰোনাত আক্ৰান্ত।ইয়াৰে তিনিজন গুৱাহাটীৰ,দুজন কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ।বৰ্তমানলৈ ৰাজ্যত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা ১৪১ জন। <blockquote…

প্ৰতিবাদৰ নতুন ভাষা

"মহামাৰী-প্ৰতিৰোধৰ সংগ্ৰামত চৰকাৰলৈ আমাৰ সম্পূৰ্ণ সহযোগ থাকক। কিন্তু ৰাষ্ট্ৰৰ সকলো নিষ্ঠুৰতা আৰু লুন্ঠনক লৈও আমি হৈ থাকিব লাগিব সৰৱ। যিহেতু এই আতংক- হতাশা - সংকট আৰু আমনিদায়ক বন্দীত্বৰ পিছতো আমাৰ বাবে এখন পৃথিৱী আছে।" দেশে দেশে মুখামুখি…

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক'ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক'ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ…