সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দায়ী কোন? জবাবদিহি কোন?

"দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷"বিশ্বজিৎ বৰাৰ কলমত:দায়ী…

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন

গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা…

শুভ জন্মদিন, দেৱাংগনা কলিতা

মৰমৰ দেৱাংগনা, এই মাহত তোমাৰ ৩১ বছৰ হ’ব আৰু এইবাৰ তোমাৰ জন্মদিন আগৰ দৰে নহয়, এক বিশেষ ধৰণেৰে পাৰ হৈ যাব। বাতৰি কাকতবোৰে তুমি কি পৰিস্থিতিৰ মোকাবিলা কৰিব লগীয়া হৈছে, তাৰ বিষয়ে বহু কথাই লিখিছে; আৰু দেশৰ বহুতো লোকেই এতিয়া তোমাৰ নামটো…

লকডাউনত বাঢ়িছে শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ ঘটনা

লিখিছে- ববিতা শইকীয়া আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ধয়ক, অসম বচ্পন বচাও আন্দোলন , নতুন দিল্লী। প্ৰশ্ন হয় মনত, কৰ'না আৰু লকডাউন ৰ দৰে গভীৰ সমস্যা এটাৰ গৰাহত সমাজৰ আন আন বিষয় সমূহ তল পৰি গৈছে নেকি? বিশেষকৈ অসমত চৰকাৰী বিভাগ সমূহৰ…

প্ৰব্ৰজিত শ্ৰমজীৱীৰ ওভটনি, স্বনিৰ্ভৰশীলতা আৰু শোষণৰ সমীকৰণবোৰ

লিখিছে- বিদ্যুত সাগৰ বৰুৱা (গৱেষক ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়) পিংকু মুক্তিয়াৰ (গৱেষক ছাত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়) হিমালয় বৰা (গৱেষক ছাত্ৰ, আই আই টি, গুৱাহাটী) (উকি ৰিচাৰ্ছ কালেক্টিভ আৰু ল’কডাউনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা Covid-19 Relief…

বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ : বিৰাজ জ্যোতি কলিতা

 বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ…

পতঞ্জলীৰ ঔষধ খালে ভাল হ’ব ক’ৰোনাঃ দাবী বালকৃষ্ণৰ

ক'ৰোনা ভাইৰাছে ত্ৰস্ত কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে বিজ্ঞানীমহল। কিন্তু প্ৰতিষেধকৰ এই যুদ্ধখনৰ মাজতেই সৃষ্টি হৈছে বহু বিতৰ্কৰো। দেশৰ আয়ুৰ্বেদিক দ্ৰব্য প্ৰস্তুতকাৰী সংস্থা পতঞ্জলীৰ CEO…

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ…

ইতিহাসত নাৰী আৰু নাৰীবাদ

"মহিলা হৈ কোনো জন্ম নলয়,সমাজ আৰু সংস্কৃতিয়েহে মহিলাৰ জন্ম দিয়ে।"(চিমন দি বিভয়ই) পুৰুষ আৰু প্ৰকৃতি ইটো সিটোৰ পৰিপূৰক।নেলী অ'দচহুৰ্ণৰ মতে বহু সময়ত বিজ্ঞানীসকলে লিংগৰ বেলেগ বেলেগ সংজ্ঞা দিছে।কিন্ত্ত মূলতঃ পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যটো…

কৰ’নাতন্ত্ৰ, গণতন্ত্ৰ ইত্যাদি

কৰ'নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰ‌ই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি?…